• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 8, 2018 11:53 am
Gunotsav

ফাইল ফটো: নৰ্থইষ্ট নাও

662
VIEWS
Share on FacebookShare on Twitter

সোমবাৰৰ পৰা ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। প্ৰাথমিক শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ত ১৬ জিলাক সামৰি লোৱা হৈছে আৰু ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ চলিব এই গুণোৎসৱ।

ৰাজ্যখনৰ নতুন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বাবে এই গুণোৎসৱৰ ফলাফল এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে আজিৰে পৰা আৰম্ভ হোৱা এই গুণোৎসৱৰ কাৰ্যসূচীত মুখ্য মন্ত্ৰী, মন্ত্ৰীসভাৰ সদস্যসকল, বিধায়কসকল, মুখ্য সচিৱকে ধৰি ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াসকল, বন সেৱাৰ বিষয়া, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াৰ লগতে ৰাজ্যখনৰ ৰাজপত্ৰিত বিষয়াসকলে বিদ্যালয়সমূহলৈ গৈ শিক্ষাৰ্থীসকলৰ লগতে বিদ্যালয়ৰ বিদ্যায়তনিক মানৰ মূল্যায়ন কৰিব।

উক্ত মূল্যায়নৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিখন বিদ্যালয়ৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব। এতিয়া এই প্ৰতিবেদনৰ পিছতে ৰাজ্যখনৰ প্ৰথমিক শিক্ষাৰ মান সম্পৰ্কে প্ৰকৃত তথ্য উন্মোচিত হ’ব।

ৰাজ্যখনৰ গুণোৎসৱ অনুষ্ঠিত হ’বলগীয়া বিদ্যালয়সমূহত দেওবাৰে শিক্ষকসকলে বিদ্যালয়সমূহত চাফাই কামৰ লগতে বিভিন্ন প্ৰস্তুতিৰ বাবে ব্যস্ত হৈ পৰা দেখা যায়।

যোৱাবাৰ বি গ্ৰেড পোৱা বিদ্যালয়সমূহে এইবাৰ এ গ্ৰেড লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহক আগবঢ়াই নিয়াত গুমোৎসৱে বিশেষ ভূমিকা পালন কৰিব পাৰে।

গুণোৎসৱ আৰম্ভ হোৱাৰ পিছৰে পৰা শিক্ষকসকল শ্ৰেণীকোঠাত বহু নিয়মীয়া হৈ পৰিছে বুলিও সদৰী কৰিছে একাংশ অভিভাৱকে।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd