• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোমহৰ্ষক! নামৰূপ নামৰূপত পত্নীক হত্যা কৰি পুতিলে শ্মশানত

অক্ষয় প্ৰণব কলিতা by অক্ষয় প্ৰণব কলিতা
October 9, 2018 9:11 pm
IMG-20181009-WA0175
419
VIEWS
Share on FacebookShare on Twitter

নামৰূপ আৰক্ষী থানাৰ অন্তৰ্গত চামুগুৰিত এটা লোকমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। যোৱা ১ অক্টোবৰত হত্যাকাৰী জিতেন কিসানে (২৭) তেওঁৰ পত্নী অনিতা কিসানক (২২) হত্যা কৰি শ্মশানত পুতি থৈ আহে।

হত্যাকাৰী জিতেনে কোৱা মতে তেওঁৰ পত্নীৰ অসুখ হৈ মৃত্যু হৈছে আৰু কেইজনমান লোকৰ দ্বাৰা তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছে। কিন্তু হত্যাকাৰীৰ চুবুৰীয়া প্ৰত্যক্ষদৰ্শী এগৰাকীয়ে কৈছে যে অনিতাৰ কোনো অসুখ হোৱা নাছিল আৰু তেওঁ সুস্থ আছিল। তেওঁ ঘৰুৱা কাম-কাজ ঠিকে-ঠাকে কৰি আছিল বুলিও প্ৰত্যক্ষদৰ্শীজনে জনায়।

নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঈশ্বৰ সিঙে কৈছে যে অনিতাৰ পৰিয়ালৰ লোক অহাৰ পাছত সকলো ঘটনা পৰিষ্ফুত হৈ পৰে।

আজি নামৰূপ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু জিলা কাৰ্যবাহী দণ্ডাধীশ ৰুনভ ৰামচিয়াৰীয়ে গাঁতৰ পৰা মৃতদেহটো উলিয়াই আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে অপৰীধী জিতেন কিসান আৰু ককায়েকক গ্ৰেপ্চাৰ কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩০২/২০১ ধাৰাত নামৰূপ আৰক্ষী থানাত (১৮১/১৮) এটা গোচৰ ৰুজু কৰা হৈছে।

Recent News

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

বিবাহ ভৱন ভাড়া কৰি বিবাহ আয়োজন কৰা বাবে উত্তৰ প্ৰদেশত নিৰ্মমভাৱে প্ৰহাৰ এটা দলিত পৰিয়ালক

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

ক’ত গ’ল বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি : সংবাদমেলত জাতীয় যুৱ বাহিনী

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

ইজৰাইলী টেংকৰ টোপ চালনা : গাজাত মৃত্যু ২৬ জনৰ

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

গালি-গালাজ কৰাটো কাৰোবাক নিজৰ জীৱন ল’বলৈ উচটনি দিয়াৰ সমান নহয়! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd