• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এন আৰ চিৰ প্ৰথমটো খচৰা : সৰ্বসাধাৰণৰ মাজত উৎকণ্ঠা নাই

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
December 30, 2017 9:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ২৪ ঘণ্টাৰ পিছতে বহু চৰ্চিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব যদিও এই অতি স্পৰ্শকাতৰ তথা ৰাজ্যখনত প্ৰবল আলোড়ন সৃষ্টি কৰা বিষয়টোক লৈ জনসাধাৰণৰ মাজত এই পৰ্য্যন্ত কোনো অতিৰিক্ত উৎকণ্ঠা চকুত পৰা নাই। ছ’চিয়েল মিডিয়াতো বিষয়টোৱে স্বাভাৱিকতকৈ অলপো বেছি চৰ্চা লাভ কৰা দেখা নাই।

আনকি মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ ছ’চিয়েল মিডিয়াত যি পৰিমাণৰ আগতীয়া উৎকণ্ঠা তথা চৰ্চা দেখা পোৱা যায়, তেনেকুৱা ছবি এখনো চকুত পৰা নাই। মানুহবোৰৰ তাতকৈও হয়তো থাৰ্টি ফাৰ্ষ্ট চেলিব্ৰেইশ্যন, এক জানুৱাৰি, নিউ ইয়েৰ উইচ, পিকনিক বেছি ভাল লাগিছে। নাগৰিকত্বৰ প্ৰমাণপত্ৰতকৈও বেছি! হু কেয়াৰছ?

Apply Now

সঁচাকৈ, এই আপাত নিস্পৃহতাৰ কাৰণ কি হ’ব পাৰে? এয়া কি এক অদৰকাৰী ভীতি আছিল? মানুহবোৰে তেনে হ’লে কিয় আত্মহত্যা কৰিছিল? তেওঁলোক কিয় ভয় খাইছিল?

‘তোমালোকে আমাৰ নাম কাটাই বা ৰাখাই আমি কেয়াৰ নকৰো’ নেকি? নে ‘আমি এতিয়া সব বুজি পোৱা হৈ গৈছো’ নেকি?

ঠিক আছে, ধৰি ল’লো- খচৰা বাবেই মানুহে ইয়াক বিশেষ গুৰুত্বপূৰ্ণ বুলি ধৰা নাই। লগতে ভাবিব পাৰি যে চৰকাৰে দিয়া বাৰম্বাৰ আশ্বাসে মানুহক কিছু পৰিমাণে হ’লেও প্ৰক্ৰিয়াটোৰ ওপৰত আস্থাশীল কৰি তুলিছে। নিজৰ নাম বাদ পৰিলেও পুনৰ আৱেদনৰ যথেষ্ট সুযোগ আছে -এই ঘোষণাই তেওঁলোকক আকৌ লৈ গৈছে নিৰুদ্বেগ অৱস্থালৈ। অথবা হয়তো আজিৰ তাৰিখত অন্য ব্যস্ততা আছে। যি হয় পিছত দেখা যাব!

এইখিনিতে এটা প্ৰশ্ন আহিছে। যদি সব ঠিকে ঠিকে হৈ যায়, সকলোবোৰ স্বাভাৱিকভাৱে সামৰণি পৰে, কোনেও আপত্তি কৰিব লগীয়া, আন্দোলন কৰিব লগীয়া, আত্মহত্যা কৰিব লগীয়া নহয়, সংঘৰ্ষ নহয় -বৃহৎ লোকচান কাৰ হ’ব?

তথাকথিত জাতীয় সংগঠনবোৰৰ? ৰাজনৈতিক দলবোৰৰ?

তেতিয়া সাধাৰণ মানুহবোৰক আকৌ বলিৰ পঠা সজোৱা নহয়তো?

 

 

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd