• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ১৪জন এচিএছ বিষয়াক বদলি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2018 9:39 pm
AssamSecretariat380
423
VIEWS
Share on FacebookShare on Twitter

২০১৮ চনৰ ২২ অক্টোবৰত অসম চৰকাৰে জাৰি কৰা এটা নিৰ্দেশ অনুসৰি ৰাজ্যৰ ১৪জন এচিএছ বিষয়াক বদলি কৰা হৈছে। এই বদলিৰ নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰৰ মুখ্য নিৰ্বাচনী বিষয়া, আয়ুক্ত আৰু সচিব এম চি ছাহুৱে।

মঙলদৈৰ নিৰ্বাচনী বিষয়া অন্তৰা গগৈক নলবাৰীলৈ বদলি কৰা হৈছে, কামৰূপৰ নিৰ্বাচনী বিষয়া কাৰ্তিক কলিতাক মঙলদৈলৈ, লখিমপুৰৰ নিৰ্বাচনী বিষয়া মন্দিৰা বৰুৱাক শদিয়ালৈ শদিয়াৰ নিৰ্বাচনী জগদীশ ব্ৰহ্মক চিৰাঙলৈ কৰিমগঞ্জৰ নিৰ্বাচনী বিষয়া সুদীপ নাথক শিলচৰলৈ বদলি কৰা হৈছে। আনহাতে শিলচৰৰ নিৰ্বাচনী বিষয়া বাসৱী ঠাকুৰীয়াক বঙাইগাঁৱলৈ বদলি কৰা হৈছে। বোকাখাতৰ নিৰ্বাচনী বিষয়া জিমলি শইকীয়া কাকতিক কামৰূপ(মঃ)ৰ নিৰ্বাচনী বিষয়া নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। ডেভিড কুমাৰ বৰাৰ স্থলাভিষিক্ত হ’ব কাকুমণি শইকীয়া।

নৱদীপ চাংমাইক তিতাবৰৰ নিৰ্বাচনী বিষয়াৰূপে নিযুক্তি দিয়া হৈছে আৰু বিজনীৰ সহকাৰী আয়ুক্ত নীলোত্‍পল পাঠকক ওদালগুৰিৰ নিৰ্বাচনী বিষয়াৰূপে নিযুক্তি দিয়া হৈছে। পলাশ ৰাজকুমাৰ আহোমক লখিমপুৰৰ নিৰ্বাচনী বিষয়াৰূপে নিযুক্তি দিয়া হৈছে।

চক্ৰ বিষয়া ৰমী বৰুৱাক গহপুৰৰ নিৰ্বাচনী বিষয়াৰূপে নিযুক্তি দিয়া হৈছে। শিলচৰৰ সহকাৰী আয়ুক্ত শ্ৰীমতী দেৱজ্যোতি গগৈক বদলি কৰা হৈছে।

কৰিমগঞ্জৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি দেৱজ্যোতি গগৈক। ডিমৌ চক্ৰ বিষয়া মনোৰমা মৰাঙক বোকাখাতৰ নিৰ্বাচনী বিষয়া হিচাপে বদলি কৰা হৈছে।

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd