• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংযোগী শিক্ষা কৰ্মী সন্থাৰ ৰাজভৱন যাত্ৰা : আদবাটতে আৰক্ষীৰ বাধা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 25, 2018 11: 01 pm
in অসম, উত্তৰ-পূব
0
25-10-18 Guwahati- Sanjogi Siksha Karmi protest (8)

বৃহস্পতিবাৰে সংযোগী শিক্ষাকৰ্মীৰ ৰাজভৱন যাত্ৰাত আৰক্ষীৰ বাধা। ফটো : ইউ বি

12
SHARES
5
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে হাতীগাঁৱৰ শেৱালি পথৰ পৰা স্থায়ী নিযুক্তি প্ৰদান কৰাৰ দাবীত সংযোগী শিক্ষাকৰ্মী সকলে ৰাজভৱনলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও আৰক্ষী প্ৰশাসনে দিচপুৰস্থিত ৰাজধানী মছজিদৰ সন্মুখতে এই সমদল আগবাঢ়ি যোৱাত বাধা আৰোপ কৰে।

আৰক্ষীয়ে বাধা দিয়াত প্ৰতিবাদকাৰীসকল ক্ষুদ্ধ হৈ ৰাজধানী মছজিদৰ সন্মুখৰ ৰাস্তাতে বহি পথ অৱৰোধ কৰাৰ ফলত যান-যঁটৰ সৃষ্টি হয়।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সন্থাৰ প্ৰচাৰ সম্পাদক কমলেশ্বৰ শইকীয়াই নৰ্থ ইষ্ট নাওক জনায় যে  ৰাজ্যপালৰ অধিসূচনা মৰ্মে ইংৰাজী ২০০৫-০৬ চনৰ পৰা সম্পূৰ্ণ মেধা ভিত্তিত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থী সকলক গাঁও শিক্ষা  সমিতি তথা চাহ বাগিচা শিক্ষা সমিতিৰ জৰিয়তে যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন  কৰি গোটেই অসমৰ সংযোগী  শিক্ষাকেন্দ্ৰ  সমূহত শিক্ষা কৰ্মী হিচাপে প্ৰথমে  ১১মাহৰ বাবে ঠিকাভিত্তিক নিযুক্তি দি পৰ্যায় ক্ৰমে শিক্ষাকৰ্মী সকলৰ কাৰ্য্যকাল  ২০১২ চনৰ  ৩১ মাৰ্চ লৈ বৃদ্ধি কৰি দিয়ে।

আনহাতে, এই সংযোগী শিক্ষাকৰ্মী সকলে মাত্ৰ এহাজাৰ টকাৰ পৰা তিনি হাজাৰ টকাৰ অতি সামান্য মাননি লৈ ২-৬ বছৰ শিক্ষকতা কৰি আছিল বুলি জানিবলৈ দি  শইকীয়াই বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই কোনো আগজাননী  নিদিয়াকৈ  শিক্ষাকৰ্মী  সকলক শিক্ষকতাৰ পৰা অব্যাহতি দিয়া বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় শিক্ষাকৰ্মী সকলে কৰ্তৃপক্ষৰ ওচৰত দাবী জনোৱাৰ পিছতো কেৱল মৌখিক প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ  মাজতে সকলোবোৰ ৰৈ গৈছে। সেয়েহে তেওঁলোক উপায়হীন হৈ পুনৰ শিক্ষক পদত নিযুক্তিৰ দাবীত প্ৰতিবাদ  সাব্যস্ত  কৰিবলগীয়া হৈছে।

আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা প্ৰতিবাদী শিক্ষাকৰ্মী সকলৰ আন আন দাবী সমূহ হ’ল যে সংযোগী শিক্ষাকৰ্মীসকলক পুনৰ শিক্ষক পদত স্থায়ী নিযুক্তি দিব লাগে, Supporting Teacher হিচাপে পাঠদান কৰা বিদ্যালয়ত সংযোগী  শিক্ষাকৰ্মী  সকলক নিযুক্তি দিব লাগে আৰু সংযোগী শিক্ষাকৰ্মী সকলৰ  বয়সৰ ঊৰ্ধ্ব সীমা ৰেহাই দিব লাগে।

লক্ষণীয় কথা যে আজিৰ প্ৰতিবাদৰ পাছতে শিক্ষান্ত্ৰীয়ে নৱেম্বৰ মাহত পুনৰবাৰ আলোচনাত বহিব বুলি আশ্বাস দিয়াত  শিক্ষাকৰ্মীসকলৰ প্ৰতিবাদৰ সামৰণি পৰে ৷ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা আলোচনাই কি গতি লয় সেয়া অৱশ্যে লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected test

  • 117k Fans
ADVERTISEMENT

Recent News

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am
অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

অশ্লীল উদ্দ্যেশৰ প্ৰমাণ নাথাকিলে মহিলাৰ হাতত ধৰি টনাটো অপৰাধ নহয় : মাদ্ৰাছ উচ্চ ন্যায়ালয়

August 13, 2025 10: 30 am
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি : গ্ৰেপ্তাৰ ডি আৰ ডি অ’, জয়চালমেৰৰ অতিথিশালাৰ মেনেজাৰ

August 13, 2025 9: 30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

ভাৰতৰ ওপৰত আমেৰিকাই আৰোপ কৰিলে ৫০% শুল্ক : গোলকীয় ৰাজনীতি আৰু অৰ্থনীতিৰ এক নতুন জটিল জাল

August 13, 2025 11: 30 am
গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

গুৱাহাটীত স্থাপন হ’ব ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট! সেউজ সংকেত কেন্দ্ৰীয় কেবিনেটৰ

August 13, 2025 10: 32 am

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd