• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত গাওঁৰক্ষী বাহিনীয়ে ৰন্ধন গেছৰ চিলিণ্ডাৰ সহ কৰায়ত্ত কৰিলে মটৰ চাইকেল চোৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
October 29, 2018 2:15 pm
Bike thaft.291018

বোকাখাতত গাওৰক্ষী বাহিনীয়ে আটক কৰা চোৰ চাদ্দাম আহমেদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত দেওবাৰে নিশা ৰন্ধন গেছৰ দুটা চিলিণ্ডাৰসহ এখন মটৰ চাইকেল চুৰি হয়। চোৰে মটৰ চাইকেল লৈ বোকাখাতৰে কুৰুৱাবাহী হৈ গৈ থাকোতে স্থানীয় গাওঁ ৰক্ষী বাহিনীয়ে চোৰক কৰায়ত্ত কৰি বোকাখাত আৰক্ষীক চমজাই দিয়ে ৷

জানিব পৰা মতে, বোকাখাতৰ বৰা গাঁৱৰ মেনন বৰুৱাৰ ঘৰৰ পৰা চিলিণ্ডাৰসহ এ এছ ০৫-ডি-৩৯৪৩ নম্বৰৰ মটৰ চাইকেলখন চাদ্দাম আহমেদ নামৰ চোৰটোৱে কৌশলেৰে চুৰি কৰি নিছিল। পুৱা মেনন বৰুৱাই মটৰ চাইকেল আৰু চিলিণ্ডাৰ দুটা নেদেখি বিচাৰ খোচাৰ কৰে ৷ কিন্তু ক’তো বিচাৰি নাপাই বোকাখাত আৰক্ষীক খবৰ দিয়ে ৷

Apply Now

ইপিনে বোকাখাত আৰক্ষীয়ে অভিযান আৰম্ভ কৰাৰ লগতে গাঁওৰক্ষী বাহিনীকো খবৰ দিয়ে ৷ আজি পুৱাৰ ভাগত কুৰুৱাবাহীত চাদ্দাম আহমেদে চিলিণ্ডাৰসহ মটৰ চাইকেলখন ঠেলি নি থকা অৱস্থাত সন্দেহ হোৱাত গাওঁৰক্ষী বাহিনীয়ে সোধা পোছা কৰে ৷ প্ৰথমে মটৰ চাইকেলত তেল নাই বুলি কৈছিল যদিও অধিক সোধা পোছা কৰাত উৰহি গছৰ ওৰ ওলাই পৰে ৷

ইয়াৰ পাছতে গাঁওৰক্ষী বাহিনীয়ে মটৰ চাইকেল আৰু চিলিণ্ডাৰ সহ চাদ্দাম আহমেদক বোকাখাত আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ্য যে আটক চাদ্দামে নিশা বোকাখাতৰ এইচ ডি এফ চি বেংকৰ এ টি এমত চুৰি কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে নিশা তহলদাৰী আৰক্ষীয়ে দেখি খেদি যায় যদিও আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে আৰু পাচত চিলিণ্ডাৰসহ মটৰ চাইকেল চুৰি কৰাৰ কথা স্বীকাৰ কৰিছে ৷

চুৰি কৰি নিয়া ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু মটৰ চাইকেল সহ চোৰ চাদ্দাম আহমেদ সম্প্ৰতি বোকাখাত থানাৰ আলহী ৷ বৰ্তমান আৰক্ষীয়ে মটৰ চাইকেল চোৰ চাদ্দাম আহমেদক জেৰা কৰি আছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd