• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ত পৰিল ২য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ; ‘আমৃত্যু’লৈ ‘গ’ল্ড কেমেৰা’

অহা তিনি মাহৰ ভিতৰত গুৱাহাটীত অনুষ্ঠিত হ'ব শিশু চলচ্চিত্ৰ আৰু তথ্য চিত্ৰ মহোৎসৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 31, 2018 9:42 pm
GIFF Concluding Day’s Ceremony (3)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰ্কীৰ পৰিচালক মোহাম্মেট টাইফুৰ আইডিনৰ চলচ্চিত্ৰ ‘ব্লেক ক্ৰ’ৰে আজি সামৰণি পৰে যোৱা ২৫ অক্টোবৰৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হোৱা ২য় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ।

এইবাৰৰ মহোৎসৱত অনুষ্ঠিত ‘উত্তৰ-পূব চলচ্চিত্ৰ প্ৰতিযোগিতাত’ অৰূপ মান্নাৰ ‘আমৃত্যু’এ শ্ৰেষ্ঠ ছবিৰ শিতানত ‘গ’ল্ড কেমেৰা’ লাভ কৰাৰ বিপৰীতে মঞ্জুল বৰুৱাৰ ‘কানিন’এ লাভ কৰে ‘চিলভাৰ কেমেৰা’। ইয়াৰ বাবে দুয়োখন চলচ্চিত্ৰকে ক্ৰমে ২ লাখ আৰু ১.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।

Apply Now

আনহাতে, ‘কানিন’ত কৰা অভিনয়ৰ বাবে পাৰ্থ হাজৰিকা আৰু ‘কেলেণ্ডাৰ’ত কৰা অভিনয়ৰ বাবে অৰুণ নাথক বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে বঁটা বিতৰণী অনুষ্ঠানৰ অন্তত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটাই নৰ্থ-ইষ্ট নাওৰ আগত অহা ৩ মাহৰ ভিতৰত গুৱাহাটীত ‘শিশু চলচ্চিত্ৰ মহোৎসৱ’ আৰু ‘তথ্য চিত্ৰ মহোৎসৱ’ অনুষ্ঠিত কৰা হ’ব বুলি সদৰী কৰে।

তেওঁ লগতে কয় যে ইতিমধ্যে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে শিশু চলচ্চিত্ৰ মহোৎসৱ আৰু তথ্য চিত্ৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে অনুমোদন জনাইছে।

সামৰণি অনুষ্ঠান মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক ও পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, ভাৰতৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ছাজি এন কৰুণ, শ্ৰীলংকাৰ চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ ৰতনম, প্ৰখ্যত মণিপুৰীৰ চলচ্চিত্ৰকাৰ অৰিবাম শ্যাম শৰ্মা, এষ্ট’নিয়াৰ ৰাষ্ট্ৰদূত ৰিহ’ ক্ৰুভ, চিংগাপুৰৰ উপ উচ্চ আয়ুক্ত নেং বন ইয়ান আৰু অসমৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া উপস্থিত থাকে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd