• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2018 8:14 am
orang-national-park
210
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এশিঙীয়া গঁড়, বাঘ আদিৰ লগতে দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণভূমি ওৰাং ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানখন আজি পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।

জানিব পৰা মতে ৰাতিপুৱা ৯ বজাত বিশিষ্ট প্ৰকৃতিবিদ তথা খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুধিন চন্দ্ৰ হাজৰিকাই উদ্যানখন প্ৰকৃতিপ্ৰেমী তথা দৰ্শনাৰ্থীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিব।

ইফালে দেশী-বিদেশী পৰ্যটকসকলক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে উদ্যান কৰ্তৃপক্ষ। উল্লেখ্য যে দৰং আৰু শোণিতপুৰ জিলাক সামৰি ৭৮.৮১ বৰ্গ কিলোমিটাৰ এলেকাৰ উক্ত ৰাষ্ট্ৰীয় উদ্যানখনলৈ প্ৰতিবছৰে অসংখ্য পৰ্যটকৰ আগমন হয় বুলি কৰ্তৃপক্ষই জনায়।

উল্লেখণীয় যে এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক বাঘৰ ঘনত্বৰৰ এই উদ্যানখন ১৯৯৯ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা হৈছিল। আৰু তেতিয়াৰ পৰাই প্ৰকৃতিৰ বিনন্দিয়া মনোমোহা দৃশ্য উপভোগ কৰিবলৈ দেশৰ অন্যান্য প্ৰান্তৰ লগতে বিদেশৰ পৰাও দৰ্শনাৰ্থী আহি ভিৰ কৰা পৰিলক্ষিত হয়।

দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগত অৱস্থিত উদ্যানখনত শেহতীয়াভাৱে গঁড়, বাঘ, হৰিণা, চৰাই-চিৰিকটি আদিৰ সংখ্যা বৃদ্ধিয়ে পৰ্যটকক অধিক আকৰ্ষিত কৰিব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আনহাতে দৰং জিলা বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈ আৰু ওৰাং বন্যপ্ৰাণী সংমণ্ডল বিষয়া চক্ৰপাণি ৰয়ে সকলোকে উদ্যানখন দৰ্শনৰ বাবে আহ্বান জনায়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd