• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন আলফা ঐক্য মঞ্চৰ এজাহাৰক গুৰুত্বই নিদিলে সাংসদ সুস্মিতা দেবে

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
November 7, 2018 8:47 pm
Susmita Dev along with former Union Minister Kabindra Purkayastha observing a minute's silence for the Tinsukia victims at the inauguration of a Kali puja pandal in Silchar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিলচৰ সদৰ থানাত প্ৰাক্তন আলফা ঐক্য মঞ্চই এজাহাৰ দাখিল কৰাৰ পাছত এইবাৰ সৰ্বভাৰতী মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাংসদ সুস্মিতা দেবে প্ৰাক্তন আলফা ঐক্য মঞ্চক উভতি ধৰিছে। সংগঠনটোৰ বৰাক উপত্যকা মাণ্ডিল কমিটীৰ সাধাৰণ সম্পাদক আনামূল হক লস্কৰে সাংসদগৰাকীৰ বিৰুদ্ধে সদৰ থানাত গোচৰ তৰিছিল।

মঙলবাৰে জানিগঞ্জ কালীপূজা উদ্বোধন কৰিবলৈ আহি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কৈছে, ‘মাত্ৰ দুদিন পূৰ্বে দিল্লীত সাংবাদিকৰ আগত বক্তব্য ৰাখিছোঁ যে অসমৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত প্ৰৰোচনামূলক মন্তব্য দিয়া অনুচিত। মই এই সকলোবোৰৰে বিৰোধী। মই আনকি হিংসাৰো বিৰোধী। যদি কোনোৱাই মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মই ভাৱোঁ এয়া এটা উদ্ভত কথা। মোৰ বিৰুদ্ধে এজাহাৰ দিয়া সকল উগ্ৰপন্থী সংগঠনৰ সদস্য আৰু তেওঁলোকে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি এগৰাকীৰ বিৰুদ্ধে প্ৰৰোচনামূলক মন্তব্য দিয়াৰ অভিযোগ তুলি এজাহাৰ দিছে। দেশত আইন-কানুন আছে আৰু  আইনে নিজৰ পথেৰে গতি কৰিব। মই এই বিষয়ে মূৰ ঘমোৱা নাই।’’

Apply Now

অসমত সাম্প্ৰতিক পৰিস্থিৰ ওপৰত সোঁধা এটা প্ৰশ্নৰ উত্‌তৰত সাংসদগৰাকীয়ে কৈছে, ‘‘পৰিস্থিতি বেয়া নহয়, কিন্তু পৰিস্থিতি অতি শোচনীয় হৈ পৰিব পাৰে। একাংশ নিৰস্ত্ৰ লোকক এচাম উগ্ৰপন্থীয়ে হত্যা কৰিলে, এয়া কোনো কৰিলে তাক কোনেও নাজানে এটা অসমৰ আইন-কানুনগত পৰিস্থিতিৰ শুভ লক্ষণ নহয়। আৰু তাতোকৈ বেয়া কথা হৈছে এটা সম্প্ৰদায়ৰ লোকক হত্যা কৰাটো। মই ভাৱোঁ অসমৰ মুখ্য মন্ত্ৰী তথা গৃহ মন্ত্ৰীক যে চোৰাংচোৱা বিভাগে সঠিক তথ্য যোগানত সম্পূৰ্ণ ব্যৰ্থ হৈছে আৰু সমগ্ৰ ঘটনাটোৰে অতিমাত্ৰা ৰাজনীতিকৰণ কৰা হৈছে।

এইবাৰী শীতকালীন অধিৱেশনত সংসদত উত্থাপিত হ’বলৈ আগবঢ়া বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ ওপৰত বক্তব্য ৰাখি নৰ্থ ইষ্ট নাওৰ আগত শিলচৰৰ সাংসদ তথা যুটীয়া সংসদীয় কমিটীৰ সদস্য সুস্মিতা দেবে এইবুলি প্ৰকাশ কৰিছে, ‘‘প্ৰথমতে তেওঁলোকে ২৩ অক্টোবৰত জাননী জাৰী কৰিছে, আৰু তেওঁলোকে বিভিন্ন ৰাজ্যৰ পৰা আৱেদনপত্ৰ আহ্বান কৰিছে গতিকে যুটীয়া সংসদীয় কমিটীয়ে কি কৰি আছে তাৰ ওপৰত স্বাভাৱিকতেইএটা প্ৰশ্নৰ উদয় হয়। তেওঁলোকে অসমক বাদ দিছে। মই ভাৱোঁ যে কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত যুটীয়া সংসদীয় কমিটীৰ গুৰুত্ব উপেক্ষা কৰিছে। মোৰ অনুভৱ কেন্দ্ৰই সকলোকে মূৰ্খ বনাইছে।’’

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd