• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমনৱেল্থত বিফল হোৱা লাভলিনাৰ এতিয়া লক্ষ্য বিশ্ব চেম্পিয়নশ্বিপ; পদকৰ বাবে দিনে-নিশাই চলাইছে অনুশীলন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 11:01 am
Lovlina

ফটো উৎস : ফে'চবুক

244
VIEWS
Share on FacebookShare on Twitter

১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া আইবা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত পূৰ্বৰ সকলো ভুল-ত্ৰুটি শুধৰাই শক্তিশালী ৰূপত ৰিঙত অৱতীৰ্ণ হ’ব অসম কন্যা লাভলিনা বৰগোহাঁই। প্ৰতিপক্ষ বক্সাৰক কিদৰে ৰিঙত ধৰাশায়ী কৰিব পৰা যায় সেই ক্ষেত্ৰত অসমৰ প্ৰতিভাৱান বক্সাৰগৰাকীক সহায় কৰি আছে পাঁচবাৰৰ বিশ্ব মহিলা বক্সিং চেম্পিয়ন এম চি মেৰী কমে।

উল্লেখ্য যে ইতিমধ্যে কিংবদন্তী বক্সাৰ হিচাপে প্ৰতিষ্ঠিত লাভ কৰা মেৰী কমে ষষ্ঠটো বিশ্ব খিতাপ লাভৰ বাবে প্ৰস্তুতি চলাই আছে। প্ৰস্তুতি শিবিৰত মেৰী কমে ভাৰতীয় জুনিয়ৰ বক্সাৰসকলক নিজৰ অভিজ্ঞতাৰ বিষয়ে জনোৱাৰ লগতে কিদৰে নিজকে প্ৰস্তুত কৰিব লাগে সেই ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ কৌশল শিকোৱাৰ লগতে বিভিন্ন দিশত সহায় তথা উৎসাহ যোগায় আছে বুলি এটা সাক্ষাৎকাৰত কয় লাভলিনাই।

সাক্ষাৎকাৰটোত অসমৰ বক্সাৰগৰাকীয়ে কয় যে যদিহে আমাৰ দৰে জুনিয়ৰ বক্সাৰসকলে শিবিৰত অনুশীলন চলাই থাকোতে কিবা ভুল কৰো তেন্তে মেৰী কম আগবাঢ়ি আহি আমাৰ ভুলবোৰ শুধৰাই দিয়ে। তদুপৰি মেৰী কম সহায়ৰ বাবে সদায় প্ৰস্তুত থাকে বুলিও লাভলিনাই উল্লেখ কৰে।

উল্লেখ্য যে, বিশ্ব চেম্পিয়নশ্বিপত ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব অসমৰ লাভলিনাই। গ’ল্ড ক’ষ্ট কমনৱেল্থ গেইমছত সামান্য ভুলৰ বাবে পদক জয়ৰ পৰা বঞ্চিত হোৱা লাভলিনাই এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক জয়ৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিব বুলি ইতিমধ্যে সদৰী কৰি থৈছে।

অহা ১৫-২৪ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় ১০ জনীয়া দলটোত লাভলিনাৰ লগতে স্থান লাভ কৰিছে অসমৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ ভাগ্যৱতী কছাৰীয়ে।

Recent News

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

আৰ্থিক অনিয়মৰ অভিযোগ! সংবাদ প্ৰতিস্থান গুজৰাট সমাচাৰ গ্ৰুপত ইডিৰ অভিযান

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মক লৈ মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd