• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰ উদ্বোধন কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 12:50 pm
আমপতিৰ ঘাহছাৰাত কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰটো উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ড০ মুকুল ছাংমাই। ফটো : ইউবি ফটোছ

আমপতিৰ ঘাহছাৰাত কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰটো উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ড০ মুকুল ছাংমাই। ফটো : ইউবি ফটোছ

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ মুখ্যমন্ত্ৰী ড০ মুকুল চাংমাই মঙলবাৰে তেওঁৰ নিজা সমষ্টি আমপতিৰ ঘাহছাৰাত কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰটো উদ্বোধন কৰি জনজাতি সম্প্ৰদায়ৰ হেৰাই যাব ধৰা সংস্কৃতি আৰু পৰম্পৰাগত মূল্যবোধ ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই কেন্দ্ৰটো চোৱা চিতা তথা পৰিচালনাৰ দায়িত্বত আছে আমপতিত মুখ্য কাৰ্যালয় থকা মেঘালয় কোচ এচোছিয়েচনে।

Apply Now

কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰটো ৰাজ্যখনৰ কোচ সম্প্ৰদায়ৰ পৰম্পৰাগত কাৰ্য কলাপৰ এক কেন্দ্ৰ হিচাপে মুখ্যমন্ত্ৰীৰ চিন্তাৰ ফচল আৰু এইটো ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা পোৱা ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰি উলিওৱা হৈছে।

উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচীত দক্ষিণ গাৰো পাহাৰ জিলাৰ উপায়ুক্ত চাইৰিল ডাৰলং ডেইংডো, জিএইছএডিচিৰ কাৰ্যবাহী সদস্য নৃপেন কোচ আৰু মেঘালয় কোচ এচোছিয়েচনৰ সদস্যসকল, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কোচ সম্প্ৰদায়ৰ লোকসকলৰ লগতে স্থানীয় লোক উপস্থিত থাকে।

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে ঘাহছাৰাৰ কোচ সাংস্কৃতিক কেন্দ্ৰ ও যাদুঘৰত পৰম্পৰাগত গহনাৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰিছে। ফটো : ইউবি ফটোছ

 

উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে চিন্তা ব্যক্ত কৰে যে বহু সম্প্ৰদায়ে তেওঁলোকৰ প্ৰাচীন পৰম্পৰা সংৰক্ষণ কৰাত ব্যৰ্থ হৈছে যাৰ ফলত তেওঁলোকৰ সংস্কৃতিৰ সম্পূৰ্ণ অৱক্ষয় আৰু বিলুপ্তি ঘটিছে।

‘’ এটা সম্প্ৰদায়ৰ সংস্কৃতি বা জীৱন প্ৰণালী তেওঁলোকৰ সাজ পোছাক বা তেওঁলোকৰ ভাষাটোতে সীমাবদ্ধ নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল বয়োজ্যেষ্ঠজনক সন্মান কৰা আৰু ৰীতি নীতি মানি চলাৰ দৰে পৰম্পৰাবোৰক হেৰাই যোৱাৰ পৰা ৰক্ষা কৰা,’’-ছাংমাই কয়।

তেওঁ কোচ ৰাজবংশী এচোছিয়েচনৰ সদস্যসকলক যুব প্ৰজন্মক পৰম্পৰাগত বাদ্যযন্ত্ৰ বজোৱা, নৃত্য আৰু নাটকৰ দৰে তেওঁলোকৰ সংস্কৃতিৰ লগত জড়িত হেৰাই যাব ধৰা কলাসমূহৰ প্ৰতি অনুপ্ৰাণিত কৰা আৰু প্ৰশিক্ষণ আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে পৰম্পৰাগত কলাৰ বিভিন্ন আংগিকৰ জৰিয়তে সংস্কৃতিৰ প্ৰদৰ্শন প্ৰাচীন ৰীতিক সংৰক্ষণ কৰাৰ এটা দিশ যিয়ে যুৱ প্ৰজন্মক ইয়াৰ পৰিচয় সংৰক্ষণ তথা আকোঁৱালি লোৱাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd