• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া-বাঙালী সংঘাতত ‘ইন্ধন’ যোগাইছে নাগৰিকত্ব বিধেয়কে: শীৰ্ষ আৰক্ষী বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2018 5:44 pm
dhola massacre

তিনিচুকীয়াৰ ধলা গণহত্যাত নিহতসকলৰ ছবি। নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা (স্বাঃ)ৰ শেহতীয়া উত্থান আৰু ৰাজ্যত অসমীয়া-বাঙালীৰ বিভাজনত বিজেপি-চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কে ‘ইন্ধন’ যোগাইছে বুলি মন্তব্য কৰিছে অসম আৰক্ষী (বিশেষ শাখা)ৰ বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য্যই।

“ৰাজ্যখনত অসমীয়া আৰু বাঙালী ভাষীসকলৰ মাজত থকা বিভাজন ঐতিহাসিক আৰু প্ৰস্তাৱিত বিধেয়কখনে ইয়াত ইন্ধন যোগাইছে,” ভট্টাচাৰ্য্যৰ উদ্ধৃতিৰে এই খবৰ দেশৰ আগশাৰীৰ সংবাদ পত্ৰ ইন্দিয়ান এক্সপ্ৰেছ-ৰ।

Apply Now

কালক্ৰমত ‘শাম’ কটা অসমৰ ভাষিক সংঘাত বিধেয়কসৃষ্ট পৰিস্থিতিত বৰ্তমান ‘পুনৰ মূৰ দাঙি উঠা’ বুলিও মন্তব্য কৰিছে বিশেষ সঞ্চালক প্ৰধান গৰাকীয়ে।

“১৯৬০ৰ ভাষা আন্দোলনৰ সময়ত সমস্যাৰ সৃষ্টি হৈছিল আৰু পিছত অসম আন্দোলনৰ প্ৰথম সময়চোৱাত কিছু সমস্যা আছিল। কিন্তু পিছত ই শাম কাটে। এতিয়া ই পুনৰ মূৰ দাঙি উঠিছে,” মন্তব্য ভট্টাচাৰ্য্যৰ।

আনহাতে আৰক্ষী বিষয়াজনৰ মতে আলফা (স্বাঃ)ক বিধেয়কখনে ‘নতুন জীৱন দান’ কৰিছে। অৱশ্যে, ‘আলফা (স্বাঃ)ত বৃহৎ হাৰত সদস্য ভৰ্তি’ হোৱা বুলি বিভিন্ন সংবাদ মাধ্যমে কৰা দাবী তেওঁ অগ্ৰাহ্য কৰিছে।

“যোৱা ১ ছেপ্তেম্বৰৰ পৰা ওদালগুৰি আৰু তিনিচুকীয়া জিলাত ৮জনে আলফা (স্বাঃ)ত যোগদান কৰিছে। এইটোৱে বৰ্তমান আমাৰ হাতত থকা সংখ্যা,” বিদ্ৰোহী সংগঠনটোৰ কিছু সদস্যক ‘কৰায়ত্ত’ কৰা বুলি সদৰী কৰি এই মন্তব্য ভট্টাচাৰ্য্যৰ।

তিনিচুকীয়া জিলাৰ ধলাত শেহতীয়াকৈ কেইবাজনো বাঙালী লোকক গুলীয়াই হত্যা কৰা ঘটনাটোৰ বাবে অসম আৰক্ষীয়ে আলফা (স্বাঃ)ক জগৰীয়া কৰিছে। তাৰ বিপৰীতে সংগঠনটোৱে আৰক্ষীৰ দাবী নস্যাৎ কৰি আহিছে।

ভাৰত-আলফা শান্তি আলোচনাৰ বৈঠকত বিশেষ শাখাৰ বিশেষ সঞ্চালক প্ৰধানজনে অসম চৰকাৰক প্ৰতিনিধিত্ব কৰি আহিছে। কেন্দ্ৰৰ প্ৰতিনিধি এ বি মাথুৰৰ সৈতে যোৱা ৩০ অক্টোবৰত নতুন দিল্লীত অনুষ্ঠিত আলফাৰ শেহতীয়াখন বৈঠকটো উপস্থিত আছিল ভট্টাচাৰ্য্য।

প্ৰতিবাদী সমূহ দল-সংগঠন-ব্যক্তিয়ে অসমৰ সাম্প্ৰতিক উত্তপ্ত পৰিস্থিতিৰ বাবে চৰকাৰক জগৰীয়া কৰাৰ সময়তে অসম আৰক্ষীৰ অন্যতম জ্যেষ্ঠ তথা শীৰ্ষ বিষয়াজনৰ এই মন্তব্য স্বাভাৱিকতেই তাৎপৰ্য্যপূৰ্ণৰূপে বিবেচিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd