• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

অনাকাংক্ষিত শিশুক তুলি লোৱাৰ বাবে ডিমাপুৰত ‘ক্ৰেডেল অব হ’প’ প্ৰকল্পৰ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2018 2:26 pm
2018_11$large_home

ক্ৰেডেল অব হ’প’ প্ৰকল্প উদ্বোধনৰ সময়ত নাগালেণ্ডৰ সমাজ কল্যাণ উপদেষ্টা নোকে ৱাংনাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিত্যক্ত শিশুৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে নাগালেণ্ডৰ ‘ক্ৰেডেল অব হ’প’ প্ৰকল্পই। ১৯ নৱেম্বৰ সোমবাৰে ডিমাপুৰত এই প্ৰকল্পটো আৰম্ভ কৰা হৈছে। সমাজ কল্যাণ বিভাগৰ শিশু কল্যাণ সেৱাৰ অধীনস্থ ‘ক্ৰেডেল অব হ’প’ প্ৰকল্পটো উদ্বোধন কৰিছে সমাজ কল্যাণ বিভাগৰ উপদেষ্টা নোকে ৱাংনাওৱে।

এই প্ৰকল্পটোৰ সৈতে সংগতি ৰাখি ডিমাপুৰৰ আৰক্ষী থানা, চিকিৎসালয়, ৰাজহুৱা জনস্বাস্থ্য কেন্দ্ৰ, অংগনৱাড়ী কেন্দ্ৰ আৰু শিশু যত্ন কেন্দ্ৰকে ধৰি ধৰি ৯০টা গুৰুত্বপূৰ্ণ স্থান চিনাক্ত কৰি এই প্ৰকল্প স্থাপন কৰা হ’ব। এই স্থানসমূহ জিলা শিশু সুৰক্ষা গোট, শিশু কল্যাণ সমিতি আৰু চাইল্ড লাইনৰ সৈতে সংযুক্ত থাকিব আৰু গাঁও/ৱাৰ্ড শিশু সুৰক্ষা সমিতিৰ ওপৰত ন্যস্ত থাকিব।

Apply Now

‘ক্ৰেডেল অব হ’প’ কিছুমান এনে স্থানত স্থাপন কৰা হৈছে যাতে নিজৰ চিনাকী প্ৰকাশ নকৰাকৈ তেওঁৰ পীড়িত শিশুটিক ইয়াত থব পাৰে। এই প্ৰকল্পটোৰ প্ৰধান উদ্দেশ্য হৈছে  যাতে পৰিত্যক্ত আৰু অনাকাংক্ষিত কেঁচুৱাক মৰমেৰে ভৰা এখন সঠিক ঘৰ প্ৰদান কৰিব পাৰি। নাগালেণ্ড শিশু সুৰক্ষা সেৱাৰ সঞ্চালক চুবাইনলা জমিৰে কৈছে যে নাগলেণ্ডত যথেষ্ট সংখ্যক শিশুক ড্ৰেইনত, জাবৰ পেলোৱা স্থানত অতি দুখজনক অৱস্থাত পেলাই থৈ যায়।

তেওঁ আৰু কৈছে যে অপৰিকল্পিত গৰ্ভধাৰণ, দাৰিদ্ৰ্যৰ বাবে পিতৃ-মাতৃয়ে সন্তানক ত্যাগ কৰিবলৈ বাধ্য হয় কিন্তু অধিকাংশকেই অতি বেয়া স্থানত পেলাই থোৱা দেখা যায়। ঘাইকৈ শিক্ষাৰ অভাৱ আৰু আইনগতভাৱে সন্তানক সমৰ্পণ কৰি সেই সন্তানৰ উজ্জল ভৱিষ্যত নিশ্চিত কৰাৰ অধিকাৰ সম্পৰ্কে থকা অজ্ঞতাৰ বাবে এনেদৰে নিজৰ সন্তানক ত্যাগ কৰে।

এই প্ৰকল্পটোৱে প্ৰতিখন জিলাত কেন্দ্ৰীয় দত্তক সমল প্ৰাধিকৰণ (Central Adoption Resource Authority অৰ্থাৎ CARA) স্থাপন কৰি বিশেষীকৃত দত্তক এজেঞ্চি (Specialized Adoption Agency অৰ্থাৎ SAA) স্থাপন কৰাৰ সমস্যাও সমাধান কৰিব। এই প্ৰকল্পৰ অধীনত গ্ৰহণ কৰা প্ৰতিটোৱেই শিশু কল্যাণ সমিতিৰ জৰিয়তে শিশু ওচৰৰ বিশেষীকৃত দত্তক এজেঞ্চিৰ সৈতে যুক্ত থাকিব।

এই পাইলট প্ৰজেক্টটো উন্মোচন অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰডিগালছ’ হোমে (Prodigals’ Home) সংকলিত কৰা গ্ৰন্থ ‘Naga Customary Practices of Child Adoption’ উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে নোকে ৱাংনাওৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd