• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল ৰে’ল হিন্দী নাট মহোৎসৱত উজলিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নাট্য দল

এন ই নাও নিউজ by এন ই নাও নিউজ
November 21, 2018 1:49 pm
IMG-20181121-WA0022
1k
VIEWS
Share on FacebookShare on Twitter

যোৱা ১৮ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ মহাৰাষ্ট্ৰৰ ভুছাৱলত অনুস্থিত হোৱা অখিল ৰে’ল হিন্দী নাট্য মহোৎসৱত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ নিৰ্মাণ শাখাৰ পৰা যোগদান কৰা নাট্য দলটোৱে “দেওঘৰ কে স্বপ্ন” নাটখন মঞ্চস্থ কৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান দখল কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি নাটখনে শ্ৰেষ্ঠ সংগীত আৰু শ্ৰেষ্ঠ মেক আপৰো সন্মান বুটলিবলৈ সক্ষম হয়। মুল অসমীয়া নাটখনৰ ৰচনা ৰাজেন দাসৰ আৰু হিন্দিলৈ অভিযোজনা কৰিছে মুনমুন শৰ্মাই। মন্টু কুমাৰ দাসে পৰিচালনা কৰা নাটখনৰ সংগীত দেবকুমাৰ ৰাংচা আৰু মেক আপত বিভা কলিতা আৰু দৰ্শনা কুমাৰী।

জ্যোতিষ ঠাকুৰীয়াৰ নেতৃত্বত যোৱা দলটোৰ বিভগীয় প্ৰবন্ধক আছিল বি চি বিশ্বাসী। নাটখনত অভিনয় কৰিছিল মণ্টু কুমাৰ দাস, অনিন্দিতা দাস, দিগন্ত কাকতি, অসীম কলিতা, বিভা কলিতা, দৰ্শনা কুমাৰী, দেবযানী বৰা আৰু লিপিকা দাসে।

Recent News

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

আজি ৰাজ্যৰ এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! সতৰ্কতা জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইৰাণত ইজৰাইলৰ সামৰিক অভিযানক আমেৰিকাৰ সমৰ্থনৰ বিৰুদ্ধে প্ৰতিবাদঃ হায়দৰাবাদৰ আমেৰিকান দূতাবাসৰ বাহিৰত আটক ৭০ জন

ইন্ধন কম, বিপদৰ পৰা হাত সাৰিবলৈ ঘুৰি গৈ বেংগালুৰুত নামিল গুৱাহাটী-চেন্নাই ইণ্ডিগো বিমান

ইন্ধন কম, বিপদৰ পৰা হাত সাৰিবলৈ ঘুৰি গৈ বেংগালুৰুত নামিল গুৱাহাটী-চেন্নাই ইণ্ডিগো বিমান

শিশুৰ যৌনগন্ধী ভিডিঅ’ আপলোড! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আই আই টিৰ ছাত্ৰসহ আন ১৫ অভিযুক্ত

শিশুৰ যৌনগন্ধী ভিডিঅ’ আপলোড! আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ আই আই টিৰ ছাত্ৰসহ আন ১৫ অভিযুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd