• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দ সোণোৱাল ক’মাত আছে, হিমন্ত বিশ্বই চৰকাৰ চলাইছে : দুৰ্নীতি বিৰোধী যুৱ শক্তি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 22, 2018 8:03 pm
Himanta VS Dharmakanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’সৰ্বানন্দ সোণোৱাল ক’মাত আছে, হিমন্ত বিশ্বই চৰকাৰ চলাইছে,‘- আজি দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে।

উক্ত সংবাদমেলত তেওঁ কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়কখন কেন্দ্ৰীয় চৰকাৰে অনাৰ পাছৰে পৰা সৰ্বানন্দ সোণোৱাল ক’মালৈ গুচি গ’ল তথা তেওঁ আই চি য়ুত সোমাই গ’ল। ক’মাত থকা মানুহ এজনে কেতিয়া জ্ঞান ঘূৰাই পাব ধৰিব নোৱাৰি।‘’

Apply Now

সেই সুযোগ গ্ৰহণ কৰি দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজকে মুখ্য মন্ত্ৰী বুলি ভাবি লৈছে বুলি মন্তব্য কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতিগৰাকীয়ে।

তেওঁ লগতে কয়, ‘’মুখ্য মন্ত্ৰী ক’মাত থকাৰ বাবে তেঁৱেই অসমৰ প্ৰত্যেকটো সমস্যাৰ কাউন্টাৰ দিবলৈ আৰম্ভ কৰিছে।‘’

তাৎপয্যপূৰ্ণভাৱে সৰ্বানন্দ সোণোৱালক ‘ল’ৰাৰজা’ ৰ সৈতে তুলনা কৰি ধৰ্মকান্ত গগৈয়ে লগতে কয়, ‘‘হিমন্তই ‘লালুকসোলা’ৰ দৰে যি মন যায় তাকে কৰি আছে।‘’

তদুপৰি ধলাৰ হত্যাকাণ্ডৰ পাছতো মুখ্য মন্ত্ৰীগৰাকী নিজে উপস্থিত নহৈ ‘তেওঁ সেই ঘটনাৰ পৰা নিজকে দূৰত ৰাখিছে’ বুলি গগৈয়ে মন্তব্য কৰে।

আনহাতে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৯ দিনত ২০ টা শিশুৱে মৃত্যুক সাবটি লোৱাৰ পাছতো স্বাস্থ্য মন্ত্ৰীগৰাকী নিজে তাত উপস্থিত নোহোৱা বাবে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে গগৈয়ে কয়, ‘‘সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈ থকাৰ পাছতো শিশু মৃত্যুৰ ক্ষেত্ৰত কোনোধৰণৰ উচ্চস্তৰীয় তদন্তৰ কথা ঘোষণা নকৰিলে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।‘’

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদমাধ্যমত কৰা মন্তব্যৰ বিৰোধিতা কৰি তেওঁ কয়, ‘’আলফাৰ পৰিয়ালৰ মানুহ যদি আলফালৈকে যায় তেনেহলে তেওঁ সন্তানে আদা বেপাৰ কৰিব।‘

উক্ত সংবাদ মেলত উচ্চ শিক্ষিত তথা চাকৰিয়াল যুৱকে আলফাত যোগদান কৰা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰে গগৈয়ে।

তেওঁ কয়, ‘’ৰাজনৈতিক আৰু সমাজ ব্যৱস্থাৰ প্ৰতি যুৱপ্ৰজন্মৰ আস্থা আৰু বিশ্বাস নাইকিয়া হৈ গৈছে। সেয়েহে আলফালৈ নৱপ্ৰজন্মৰ বহুতো ধাৱমান হৈছে।‘’

তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক-যুৱতী সকল আলফালৈ  যোৱাৰ বাবে কেন্দ্ৰীয় তথা অসম চৰকাৰক জগৰীয়া কৰে দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ সভাপতিগৰাকীয়ে।

তেওঁ কয়, ‘’ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ শোষণ আৰু বঞ্চনা বৃদ্ধি হোৱাৰ বাবেই আলফালৈ ধাৱমান অসমৰ নৱ প্ৰজন্ম।‘’

‘এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে গৃহ বিভাগ তথা অসম আৰক্ষীয়ে?’ এইদৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক প্ৰশ্ন কৰে গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd