• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দায়িত্ব ল’ব লাগিব মুখ্য মন্ত্ৰী সোণোৱালে : পলাশ চাংমাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 27, 2018 1:07 pm
নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদ.jpg ৩

মঙলবাৰে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত নাগিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০ টা সংগঠনৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত গুৱাহাটীত আজি ৭০ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। সংগঠনকেইটাই গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ জৰিয়তে এই প্ৰতিবাদ সাব্যস্ত কৰিছে।

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ চৰকাৰে বাতিল কৰিবই লাগিব বুলি দাবী জনায়।

Apply Now

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে শিৱসাগৰৰ নিৰ্বাচনী প্ৰচাৰত কিছু জাতীয় সংগঠনে জনসাধাৰণক বিপথে পৰিচালনা কৰিবলৈ আন্দোলন কৰিছে তথা এই আন্দোলন ভিত্তিহীন বুলি মন্তব্য কৰিছিল।

ইয়াৰ পাছতেই এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদত অংশগ্ৰহণ কৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে সোণোৱালক আজি কটাক্ষ কৰে ।

পলাশ চাংমাইয়ে কয়, “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিল কৰাৰ দায়িত্ব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল’ব লাগিব, তেতিয়াহে এই ৭০ টা সংগঠনে এই আন্দোলন বন্ধ কৰিব।”

তেওঁ লগতে সোণোৱালক বিধান সভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাব ল’বৰ বাবে আহ্বান জনায়।

“আৰ এছ এছ আৰু দিল্লীক সন্তুষ্ট কৰিবৰ বাবে সৰ্বানন্দ সোণোৱালে জাতিটোক বিক্ৰী কৰিব বিচৰা কথাটো অতিশয় দুৰ্ভাগ্যজনক,”- লগতে চাংমাইয়ে এইদৰে কয়।

আনহাতে, উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰি অসমীয়া যুৱ মঞ্চৰ কামৰূপ জিলাৰ সভাপতি নোমল বৰাই সোণোৱালক’ নিমাতী কন্যা আখ্যা দিয়াৰ লগতে কয়,”অসমৰ ৰাইজে আপোনাক ৰজা পাতিছিল, কিন্তু এতিয়া আপুনি অসমীয়াক আঘাত হনাৰ বাবে উঠি পৰি লাগিছে।”

প্ৰতিবাদকাৰীসকলে “বিজেপি নিপাত যাওঁক”, ‘’আৰ এছ এছ  মুৰ্দাবাদ”, ‘’কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ’’, ইত্যাদি ধ্বনিৰে মেঘদূত ভৱনৰ সন্মুখভাগ উত্তাল কৰি তোলে।

ইপিনে, আজিৰ এই প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী ৭০ টা জাতীয় সংগঠনে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd