• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ৰ মন্ত্ৰী, অতিৰিক্ত মুখ্য সচিবৰ বিৰুদ্ধে চি বি আইৰ গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2018 7:44 pm
Ampareen Lyngdoh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনমুখী মেঘালয়ৰ ৰাজনীতিত জোকাৰনি দি আজি শাসনাধিষ্ঠিত কংগ্ৰেছ দলৰ এজন মন্ত্ৰী আৰু অতিৰিক্ত মুখ্য সচিবৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চি বি আই)ই দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰে। বৰ্তমানৰ গড়কাপ্তানী মন্ত্ৰী আমপাৰীন লিংডো আৰু অতিৰিক্ত মুখ্য সচিব পি এছ থাংখিউৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। এটা চৰকাৰী সূত্ৰই এই কথা জানিবলৈ দিয়ে। দুয়োজনৰ বিৰুদ্ধে শিক্ষা বিভাগত ২০০৮-০৯ চনত নিম্ন প্ৰাথমিক বিদ্যালয়বোৰত সহকাৰী শিক্ষক নিযুক্তিৰ সময়ত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ অনা হৈছে, যাৰ ভিতৰত নম্বৰ তালিকা সালসলনি কৰাটোও এটা। সূত্ৰটোৱে জনোৱা মতে চি বি আয়ে মেঘালয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতে এই পদক্ষেপ লৈছে। ভাৰতীয় দণ্ডবিধিৰ অপৰাধমূলক ষড়যন্ত্ৰ, জালিয়াতি, বিশ্বাস ভংগ আদি ধাৰাৰ অধীনত লিংডোৰ বিৰুদ্ধে গোচৰ তৰা হৈছে। উল্লেখযোগ্য যে লিংডো কেলেংকাৰিটোৰ সময়ত শিক্ষা মন্ত্ৰী আছিল। আনহাতে থাংখিউ ১৯৪৮ বেচ্চৰ আই এ এছ বিষয়া হোৱাৰ লগতে সেই সময়ত শিক্ষা বিভাগৰ প্ৰধান সচিব আছিল। বৰ্তামান থাংখিউ অতিৰিক্ত মুখ্য সচিব পদত আছে।

সূত্ৰটোৱে জনোৱা মতে তদন্তকাৰী সংস্থাটোৱে তেওঁলোকৰ গোচৰত প্ৰাথমিক আৰু ৰাজহুৱা শিক্ষা সঞ্চালকালয় আৰু কিছু সংখ্যক অচিনাক্ত লোককো অভিযুক্ত কৰে।

Apply Now

উল্লেখযোগ্য যে মেঘালয় আৰক্ষীয়ে পঞ্জীয়ন কৰা এই ব্যাপক অনিয়ম, নম্বৰ তালিকাৰ বিকৃতকৰণ তথা সহকাৰী শিক্ষক নিযুক্তিত হস্তক্ষেপৰ গোচৰটোৰ তদন্তৰ দায়িত্ব চি বি আইক ল’বলৈ মেঘালয় উচ্চ ন্যায়ালয়ে যোৱা ২ নৱেম্বৰত নিৰ্দেশ দিছিল।

অভিযোগ মতে লিংডো আৰু তেওঁৰ দুজন সমৰ্থকে প্ৰাথমিক আৰু ৰাজহুৱা শিক্ষাৰ তদান্তীন সঞ্চালক জে ডে চাংমাক বগা ৰং ব্যৱহাৰ কৰি চাকৰিপ্ৰাৰ্থীৰ নম্বৰ তালিকাৰ নম্বৰ ইফাল-সিফাল কৰিবলৈ নিৰ্দেশ দিছিল। অভিযোগাকাৰীয়ে অভিযোগ কৰা মতে সহকাৰী শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটোত মন্ত্ৰীজনে তেওঁৰ আন সহযোগীৰ সৈতে ব্যাপক হাৰত অনিয়ম কৰিছিল।

নিজৰ নিৰ্দেশনাটোত উচ্চ ন্যায়ালয়ে কয় যে এই বিষয়টো এটা নিৰপেক্ষ সংস্থাৰ দ্বাৰা পুংখাপুংখ আৰু গভীৰ অনুসন্ধানৰ প্ৰয়োজন আছে। এই অনুসন্ধানৰ ক্ষেত্ৰত আৰক্ষী উপযুক্ত পক্ষ নহয় আৰু কেলেংকাৰিটোত জড়িত সকলোকে তদন্তৰ আওতালৈ আনিবলৈ চি বি আইৰ প্ৰয়োজন।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd