• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন সমীক্ষা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে দল হৰিণৰ সংখ্যা

উত্তম শইকীয়া by উত্তম শইকীয়া
November 29, 2018 5:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিৰল প্ৰজাতিৰ দল হৰিণ সমীক্ষাৰ আজি ফলাফল ঘোষণা কৰা হয়।

এই বৰ্ষৰ এই সমীক্ষা মতে ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৯০৭ টা দল হৰিণ পোৱা হয়। ইয়াৰ ভিতৰত মতা দল হৰিণ ২৩৫ টা, ৫০৫ জনী মাইকী আৰু ১৬৭ চেমনীয়া পোৱালি দল হৰিণ।

Apply Now

মন কৰিব লগীয়া যে পুৰ্বাঞ্চলীয় দল হৰিণ নামে খ্যাত এই দল হৰিণ বিশ্বৰ ভিতৰতে অন্যতম আৱাস হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাচতে মানহ ৰাষ্ট্ৰীয় উদ্যানতো এই হৰিণৰ এক সীমিত আৱাস আছে।

২৭ নৱেম্বৰত কাজিৰঙাৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত আয়োজিত এই দল হৰিণ সমীক্ষাৰ প্ৰশিক্ষণৰ পাছত ২৮ নৱেম্বৰৰ পুৱাৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২৪ টা ব্লকত একে সময়তে গণনা আৰম্ভ কৰা হয়।

কাজিৰঙাৰ অন্তৰ্গত ২২ টা ব্লক পূব অসম বন্যপ্ৰাণী সংমণ্ডলত আৰু ২ টা ব্লক বিশ্বনাথ বন সংমণ্ডলত এই সমীক্ষা চলোৱা হয়। গণনাৰ শেষত সংগৃহীত তথ্য অনুসৰি পূব বনাঞ্চলৰ ৪ ব্লকত ১৫৬ টা হৰিণ, কেন্দ্ৰীয় বনাঞ্চল, কহঁৰাৰ ৮ টা ব্লকত ৩৫০ টা হৰিণ, পশ্চিম বনাঞ্চল বাগৰিৰ ৭ টা ব্লকত ৩২৩ টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ৩ টা ব্লকত ২২ টা আৰু বিশ্বনাথ বন সংমণ্ডলৰ ২ টা ব্লকত ৫৬ টা দল হৰিণ পোৱা যায়।

উল্লেখযোগ্য যে এই সমীক্ষা ৰাষ্ট্ৰীয় উদ্যানখনৰ দল হৰিণৰ পোৱালি জন্ম দিয়াৰ আগত কৰা গণনা ৷ ইফালে ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা দুটাকৈ বানপানীৰ পাচত হোৱা এই সমীক্ষা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

এই দিশৰ পৰা শেহতীয়া সমীক্ষাত কাজিৰঙাত পোৱা দল হৰিণৰ জনসংখ্যা সন্তোষজনক বুলি বিভাগীয় তথ্যত প্ৰকাশ। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৬ চনৰ সমীক্ষা মতে কাজিৰঙাত ১১৪৮ টা আৰু ২০১৫ চনত ১০২৯ টা দল হৰিণ পোৱা গৈছিল ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd