• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : চৰকাৰী নীতি-নিৰ্দেশনাৰ সন্দৰ্ভত শিৱসাগৰত অতিৰিক্ত উপায়ুক্তৰ সংবাদমেল

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 4, 2018 7:32 am
IMG-20181203-WA0004

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত হবলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ নিৰ্বাচনী গতিবিধিৰ ওপৰত চোকা নজৰ ৰখাৰ লগতে নিৰাপত্তাৰ দিশটো সু নিশ্চিত কৰাৰ ক্ষেত্ৰত  কি কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই সন্দৰ্ভত  আজি শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন সংবাদমেল অনুষ্ঠিত হয়।

জিলা তথ্য আৰু জনসংযোগ বিষয়া চৈয়দা হাচনা হানাই আঁত ধৰা সংবাদ মেলত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত চৰকাৰে জাৰি কৰা নীতি-নিৰ্দেশনাৰ বিষয়ে অৱগত কৰে। পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলৰ লগতে সংবাদ মাধ্যমেও নীতি-নিৰ্দেশনা সমূহ মানি চলিব লাগিব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে।

Apply Now

নিৰ্দেশনা অনুযায়ী সংবাদ মাধ্যমে গোপনীয়তা ভংগ কৰিব নোৱাৰিব। ভোট গননা কক্ষৰ ভিতৰত ষ্টিল বা ভিডিঅ’ ফটোগ্ৰাফী কৰিব নোৱাৰিব। এনে কৰিলে গোপনীয়তা ভংগ কৰা বুলি বিবেচিত হ’ব। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে লগতে কয়, ভোট গ্ৰহণ কেন্দ্ৰৰ পাৰ্শ্বৱৰ্তী এলেকাত কোনো ধৰণৰ ৰাগিয়াল দ্ৰব্য বিক্ৰী অথবা সেৱন নিষিদ্ধ কৰা হৈছে।

আনহাতে নিৰ্বাচনৰ নামত কোনো চৰকাৰী সম্পদতে দলীয় বেনাৰ-পোষ্টাৰ অথবা পতাকা লগাব নোৱাৰিব। কোনো ব্যক্তিগত পথ বা সম্পদত যদি বেনাৰ-পোষ্টাৰ ওলমোৱা বা অৰা হয় তেন্তে গৃহস্থৰ অনুমতি লৈহে কৰিব পাৰিব বুলি প্ৰকাশ কৰে। আনহাতে  এনে ধৰণৰ কিবা অভিযোগ থাকিলে পোনপতীয়াকৈ নিৰ্বাচনী পৰ্য্যবেক্ষক হিচাপে দায়িত্বত থকা ভাৰত ভূষণ দেৱ চৌধুৰী আৰু হেমন্ত পেগুক ৯৯৫৭০৬৮২৬৮ আৰু ৯৯৫৭০৬৮২৭৩ নম্বৰত  ফোন যোগে অভিযোগ দিব পাৰিব।

ইফালে ৰাইজৰ সুবিধাৰ বাবে নিৰ্বাচনী কন্ট্ৰল ৰুমৰ ০৩৭৭২ ২২৩৩৯৭/৮৪৭১৮৬৪৩৫৫ আৰু পুলিচ কন্ট্ৰল ৰুমৰ ০৩৭৭২ ২২২৮০১/৯৪৩৫৭২৯০১৪/ ৯৪৩৫৫০০৫৮৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মই জানিবলৈ দিয়ে।

সংবাদ মেলৰ শেষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সাংবাদিকৰ সৈতে মতবিনিময় কৰে আৰু জিলাখনত যাতে শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত হৈ যায় তাৰ বাবে সকলোৰে সহায়-সহযোগিতা বিচাৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

এইবাৰ জ্ঞানেশ কুমাৰৰ ‘বছ’ৰ পদত্যাগ দাবী কৰক; ককৰোচ জনতা পাৰ্টিলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 29, 2026 7:58 am
৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

৪২ বছৰৰ অন্তত ভংগ পি টি উষাৰ অভিলেখ! এছিয়ান গেমছত ইতিহাস ৰচি ব্ৰঞ্জৰ পদক জয় বিদ্যা ৰামৰাজৰ

September 29, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

উদ্বিগ্ন পুটিন! ইউক্ৰেইনৰ ৰবট বাহিনীৰ তাণ্ডৱ; নিহত ৩ হাজাৰ ৰাছিয়ান সৈনিক

September 29, 2026 9:30 am
যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

যুদ্ধ নহয়, কূটনীতিৰে বিবাদ নিষ্পত্তিৰ আহ্বান! ৰাষ্ট্ৰসংঘৰ মজিয়াত সৰৱ সংযুক্ত আৰৱ আমিৰশ্বাহী

September 29, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd