• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকৰ প্ৰচেষ্টাত আইজল হ’ল ভাৰতৰ একমাত্ৰ হৰ্নমুক্ত নগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2018 4:33 pm
yourstory-aizawl-traffic-mizoram
244
VIEWS
Share on FacebookShare on Twitter

মিজোৰামৰ ৰাজধানী আইজল ভাৰতৰ একমাত্ৰ হৰ্নমুক্ত নগৰ হিচাপে হ’বলৈ আগবাঢ়িছে। এই আইজলত চৰকাৰী নীতি অবিহনেই সম্পূৰ্ণভাৱে হৰ্ন মুক্ত চহৰ হিচাপে পৰিগণিত হ’ব।

তাৎপৰ্যপূৰ্ণভাৱে মিজোৰামৰ অধিবাসীসকলে নগৰখনক শব্দ প্ৰদূষণৰ পৰা মুক্ত কৰাৰ বাবে নিজাববীয়াকৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

যদিওবা আইজলৰ হৰ্ন মুক্ত নীতিৰ সপক্ষে ক্ষেত্ৰত কোনো চৰকাৰী বা বিধায়িনী সহায় আগবঢ়োৱা নহয়, তথাপি মিজোৰামৰ অধিবাসীসকলে তেওঁলোকৰ নিজৰ উপকাৰৰ বাবে এই নিয়ম পালন কৰিব।

ট্ৰেংকুইলিটী (Tranquillity) নামৰ এখন চুটি চলচ্চিত্ৰত দেখুওৱা হৈছে, কেনেদৰে আইজলৰ নাগৰিকসকলে তেওঁলোকৰ নিজৰ চহৰখন হৰ্নমুক্ত কৰিবলৈ কান্ধত কান্ধ মিলাই ওলাই আহিছে।

এই চুটি চলচ্চিত্ৰখন নাগালেণ্ড আৰু মিজোৰামৰ ৬জন যুৱকে আইজলৰ ৰাজপথত চিত্ৰগ্ৰহণ কৰিছে। কৰিঅ’গ্ৰাফাৰ, অভিনেতা আৰু পৰিচালক প্ৰভুদেৱাই এই চুটি চলচ্চিত্ৰখন চোৱাৰ পাছত আইজলৰ নাগৰিকে গ্ৰহণ কৰা হৰ্নমুক্ত নীতিৰ প্ৰশংসা কৰিছে।

উল্লেখ্য যে যানজঁটৰ সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ মিজোৰামৰ নাগৰিকসকলে হৰ্ন নবজাই ধৈৰ্যেৰে ৰৈ থকাৰ অভ্যাস গঢ়ি তুলিছে। শব্দ প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত আইজলে দেশৰ ভিতৰতে এটা প্ৰশংসনীয় উদাহৰণ ডাঙি ধৰিছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd