• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি পঞ্চায়ত নিৰ্বাচন : ৫০ মাহ দৰমহা নোপোৱাকৈয়ে কাৰ্য্যকাল সামৰিবলৈ ওলাইছে ২৬,৪৪৪জন পঞ্চায়ত প্ৰতিনিধিয়ে

মন্ত্ৰী-বিধায়কে নিজৰ দৰমহা ৫০ শতাংশ বৃদ্ধি কৰি ল'লে; প্ৰাপ্যকেইটাও নিদিলে পঞ্চায়ত প্ৰতিনিধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 5, 2018 12:12 pm
370
VIEWS
Share on FacebookShare on Twitter

আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ চলি আছে। ৯ ডিচেম্বৰত দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ পিছত ১২ ডিচেম্বৰত হ’ব ফল ঘোষণা। তাৰ পিছতে নতুনকৈ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব ল’ব।

কিন্তু দুৰ্ভাগ্যৰ কথা যে বৰ্তমান দায়িত্বত থকা ২৬৪৪৪ পঞ্চায়ত প্ৰতিনিধিয়ে দৰমহা নোপোৱাকৈয়ে সামৰিবলৈ ওলাইছে তেওঁলোকৰ কাৰ্য্যকাল। বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা কৰ্মৰত এইসকল প্ৰতিনিধিয়ে জনসেৱাৰ বাবে লাভ কৰা নিম্নতম পাৰিতোষিককেইটাও মুকলি কৰি নিদিলে চৰকাৰে। অথচ বিধানসভাৰ প্ৰতিনিধিসকলে বিধেয়কৰ জৰিয়তে নিজৰ দৰমহা প্ৰায় ৫০ শতাংশ বৃদ্ধি কৰি ল’লে।

“আমি বহুত কষ্ট কৰো। তাৰ বিনিময়ত নামমাত্ৰ পাৰিতোষিক পাওঁ। ৱাৰ্ড মেম্বাৰ সকলেও সমাজৰ কামত ইটো-সিটো কৰোতে, পঞ্চায়তলৈ অহা-যোৱা কৰোঁতে নিজৰ পকেটৰ পইচা খৰচ কৰে। এইবোৰ চৰকাৰে দিয়া উচিত।” এজন পঞ্চায়ত সভাপতিয়ে কয়।

“কংগ্ৰেছ চৰকাৰৰ দিনতে ১৭ মাহৰ দৰমহা পালো। তাৰ পিছত পোৱা নাই। পোৱা হ’লে ভাল আছিল।” আন এগৰাকীৰ মত।

মন কৰিব লগীয়া যে কংগ্ৰেছ চৰকাৰৰ দিনতে প্ৰথম ১৭ মাহৰ দৰমহা পোৱাৰ পিছত যোৱা কংগ্ৰেছৰ চৰকাৰৰ দিনত প্ৰায় ২০ মাহ আৰু বিজেপি চৰকাৰৰ দিনৰ প্ৰায় ৩০ মাহ দৰমহা বা পাৰিতোষিক নাপালে পঞ্চায়ত প্ৰতিনিধিসকলে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, বৰ্তমানৰ পঞ্চায়ত প্ৰতিনিধি কাৰ্য্যকাল যোৱা যোৱা ১৯ ফেব্ৰুৱাৰিতে উকলি গৈছে যদিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত তেওঁলোক পৰৱৰ্তী নিৰ্বাচনৰ জৰিয়তে নতুন প্ৰতিনিধিয়ে দায়িত্ব নোলোৱা পৰ্য্যন্ত কাৰ্য্যভাৰ চলাই গৈছে।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd