• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

‘মৰমেৰে সুঁৱৰিম আমি’, নাগা বিদ্ৰোহী খ’লি কন্যাকৰ মৃত্যুত আলফা (স্বাঃ) সেনাপ্ৰধান পৰেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2018 6:54 pm
nscn im vc ulfa-i c-in c paresh

খ’লি কন্যাক (বাওঁফালে) আৰু পৰেশ অসম। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগা জাতীয় সেৱা (Naga National Service)ত আজীৱন সেৱা আগবঢ়াই ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা এন এচ চি এন (আই এম)ৰ চৰকাৰৰ উপাধ্যক্ষ, অৱসৰপ্ৰাপ্ত জেনেৰেল খ’লি চেতক’ কন্যাকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি নাগা বিদ্ৰোহীজনক “মৰমেৰে সোঁৱৰা” হ’ব বুলি মন্তব্য কৰিছে আলফা (স্বাধীন)ৰ উপ সভাপতি তথা সেনাপ্ৰধান পৰেশ অসমে।

“আমাৰ সংগঠনৰ বন্ধু আৰু শুভাকাংক্ষী ৰূপে আমি সকলোৱে মৰমেৰে সুঁৱৰিম তেওঁক,” জেনেৰেল কন্যাকৰ মৃত্যুত “শোকাভিভূত” আলফা (স্বাঃ)ৰ সমূহ সদস্যৰ হৈ এই বিবৃতি সেনাপ্ৰধান পৰেশৰ।

Apply Now

কন্যাকৰ “আত্মাৰ শান্তি” কামনাৰে নাগা বিদ্ৰোহীজনৰ “সতীৰ্থ, অনুজ, পৰিয়ালৰ এৰি যোৱা সদস্য আৰু অনুগামীসকলক” গভীৰ সমবেদনা জনাইছে পৰেশে।

১৯২৮ চনত নাগালেণ্ডৰ ৱাংচু গাঁৱত জন্ম লোৱা কন্যাকে ১৯৫৬ চনৰ এপ্ৰিলত নাগা জাতীয় সেৱাত যোগদান কৰি মৃত্যু পৰ্য্যন্ত বিভিন্ন দায়িত্ব পালন কৰিছিল। নাগাসকলৰ অন্যতম বৃহৎ গোষ্ঠী কন্যাকৰ সৰ্বোচ্চ নেতা বুলি মান্যতা দিয়া হৈছিল সদ্যপ্ৰয়াত খ’লিক।

২০১৭ চনৰ মাৰ্চত ৮৯ বছৰীয়া কন্যাকক আৰু ৬টা বছৰৰ বাবে উপাধ্যক্ষৰূপে দায়িত্ব দিছিল এন এচ চি এন (আই এম)ৰ সাধাৰণ পৰিষদে।

এসময়ৰ অবিভক্ত এন এচ চি এনৰ সেনাপ্ৰধান খ’লি কন্যাক সংগঠনটো বিভক্ত হোৱাৰ পিছত ১৯৮৮ চনত খাপলাং-পন্থীৰ উপাধ্যক্ষ পদত অধিস্থিত হৈছিল।

২০১১ চনত এন এচ চি এন (কে)ৰ পৰাও ফালৰি কাটি আহি কন্যাকে এন এচ চি এন (ইউ) গঠন কৰিছিল। কিন্তু তেওঁ আই এম-গোটলৈ উভটি আহি ২০১৬ চনৰ ১৯ মে’ত সংগঠনটোৰ উপাধ্যক্ষৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।

যোৱা ১২ ডিচেম্বৰত নতুন দিল্লীত ষ্ট্ৰ’কত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত ফৰ্তিছ হস্পিতেলত মৃত্যু হৈছিল অৱসৰপ্ৰাপ্ত নাগা জেনেৰেলজনৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd