• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫৭টা শিশু ফুটবল দলৰ মহাৰণ; আৰম্ভ হ’ল গ্ৰেটাৰ গুৱাহাটী বেবী লীগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2018 9:28 am
Guwahati- Baby League football (2)

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুটবলৰ পৰিৱেশ ৰচনাৰ লক্ষ্যৰে কালি অৰ্থাৎ দেওবাৰৰ পৰা গুৱাহাটী নেহৰু ষ্টেডিয়ামত গ্ৰেটাৰ গুৱাহাটী বেবী লীগ আৰম্ভ হৈছে। মিজোৰাম আৰু মেঘালয়ৰ পিছতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত বেবী লীগ অনুষ্ঠিত হোৱা অসম হৈছে উত্তৰ-পূবৰ তৃতীয়খন ৰাজ্য।

প্ৰতিযোগিতাখনৰ আয়োজক স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্টে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি গুৱাহাটী চিটী এফ চি (জি চি এফ চি) আৰু অসম ফুটবল সংস্থাৰ সহযোগত আয়োজন কৰা এই লীগত ৫৭টা দলে ভাগ ল’ব। প্ৰায় চাৰি মাহ ধৰি প্ৰতি দেওবাৰে চলিব লগীয়া উক্ত প্ৰতিযোগিতাত শিশু খেলুৱৈসকলক ৪টা বয়সভিত্তিক গোটত ভাগ কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে।

Apply Now

কালিৰ উদ্বোধনী দিনৰ মেচসমূহৰ ভিতৰত অনূৰ্ধ্ব ৭ৰ এখন মেচত জি টি চি ৰাইনোজে ৰাজবাৰীয়ে এ চি ছাংহাইক ১১-০, গ’লত পৰাস্ত কৰাৰ লগতে অনূৰ্ধ্ব ৯ৰ মেচসমূহত মনোময় টাইগাৰ্ছক ইন্টাৰনেচনেল ৰাইডাৰ্ছে ৫-১ গ’লত, দিচপুৰ লায়ন্সে ৰাজবাৰী ছাংহাইক ২-০গ’লত আপু এন এফ আৰ চিতাহে ৰেইনবো এফ চিক ১৪-০ গ’লত হৰুৱায়।

তদুপৰি অনূৰ্ধ্ব ১১ (এ) শাখাত সংস্কৃতি ৱেৰিয়ৰ্ছে জি ৱাই এছ এফ চি চি বুল্‌ছক ৯-০ গ’ল, জি টি চি ৰাইনোজে সৰুসজাই হক্‌ছক ২-০ গ’লত পৰাস্ত কৰাৰ বিপৰীতে এন এফ আৰ চিতাহ আৰু মনোময় টাইগাৰ্ছৰ মাজৰ মেচ ড্ৰ হয়। অনূৰ্ধ্ব ১১ (বি) শাখাত জি ৱাই এছ এফ চি চি ড্ৰেগনছে ৰিংচাং ঈগলছক ২-০ গ’ল, এন এফ আৰ ক্ৰ’জে এ পি আৰ অ’ক ২-০ গ’ল আৰু সৰুসজাই শ্বাৰ্কছে দিচপুৰ লায়ন্সক ৫-০ গ’লত পৰাস্ত কৰে। আনহাতে অনূৰ্ধ্ব ১৩ৰ এখন মেচত দিচপুৰ লায়ন্সে এছগাৰ্ড এফ চিক ১-০ গ’লত পৰাস্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm
দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm
১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

এছিয়ান পেৰা গেমছত প্ৰণৱ ছুৰ্মাৰ স্বৰ্ণজয়, এছিয়ান অভিলেখ স্থাপন; ৰূপৰ পদক ৰাম ৰতন সিঙৰ

October 20, 2026 6:35 pm
ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

ধন, ক্ষমতা, খ্যাতি আৰু ড্ৰাগছৰ মোহ : অপৰাধৰ জগতত সোমাই ওলাই অহাৰ বাট হেৰুওৱা যুৱ প্ৰজন্ম

October 20, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd