• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

নাগালেণ্ডত মেঘালয়-ভিত্তিক নেশ্যনেল পীপলছ পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2018 12:40 pm
Conrad
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডত নেশ্যনেল পীপলছ পাৰ্টি (এন পি পি)-ৰ ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই কালি সাংবাদিকৰ আগত দলটোৱে ৰাজ্যখনৰ সমাগত নিৰ্বাচনত সফলতাৰ মুখ দেখিব বুলি দাবী কৰে। মণিপুৰৰ বিগত বছৰৰ বিধান সভা নিৰ্বাচনত দলটোৱে চাৰিখনকৈ আসন লাভ কৰিবলৈ সক্ষম হোৱাটোক এক উৎসাহজনক দিশ বুলি উল্লেখ কৰে ৰাষ্ট্ৰীয় সভাপতিজনে। মেঘালয়-ভিত্তিক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল নেশ্যনেল পীপলছ পাৰ্টি (এন পি পি)-ৰ নাগালেণ্ডৰ নিৰ্বাচনত সফলতাৰ সম্ভাৱনা সম্পৰ্কত তেওঁ কয় যে ৰাজ্যখনত নতুন প্ৰজন্ম আৰু অভিজ্ঞ দুয়োটা স্তৰৰ লোকে দলটোত যোগদান কৰাটো যথেষ্ট আশাব্যঞ্জক। দলটোৰ নাগালেণ্ড গোটটোৱে কঠোৰ পৰিশ্ৰম কৰা বুলিও তেওঁ কয়। নাগালেণ্ডৰ মানুহে ৰাজ্যখনৰ দুৰ্নীতিৰ গ্ৰাসৰ পৰা উদ্ধাৰ পাব বিচাৰিছে আৰু এই ক্ষেত্ৰত এন পি পিক এক বিকল্প হিচাপে লৈয়ে দলটোত যোগদান কৰিছে। দলটোৱে নাগালেণ্ডৰ মানুহৰ কল্যাণৰ বাবে এখন মঞ্চ দিয়া বুলিও দাবী কৰে মেঘালয়ৰ সাংসদজনে।

আনহাতে তেওঁ মেঘালয়ত কংগ্ৰেছৰ পাঁচজনকে ধৰি বৰ্তমানৰ আঠজনকৈ বিধায়কে পদত্যাগ কৰি দলটোত যোগদান কৰাটোৱে দলটোৰ শক্তিশালী স্থিতিকে প্ৰমাণ কৰে বুলিও উল্লেখ কৰে। তেওঁ লগতে কয় যে উত্তৰ-পূবৰ মানুহৰ বাবে মাত মাতিব পৰাকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এনেকুৱা এটা দলৰ প্ৰয়োজন আছে।

Apply Now

উল্লেখযোগ্য যে লোকসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত পূৰ্ণ এ চাংমাই গঠন কৰা নেশ্যনেল পীপলছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ল তেওঁৰ পুত্ৰ তথা বৰ্তমান লোকসভাৰ সাংসদ কনৰাড চাংমা। মণিপুৰত এন পি পিয়ে বিজেপিৰ মিত্ৰ দল হিচাপে চৰকাৰ গঠনত ভাগ লৈছে। আনহাতে নাগালেণ্ডত নাগা পীপলছ ফ্ৰণ্টৰ চৰকাৰত বিজেপি মিত্ৰ দল হিচাপে আছে। গতিকে এন পি পিয়ে নাগালেণ্ড চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগেৰে নিৰ্বাচনী প্ৰচাৰ কৰাটো তাৎপৰ্য্যপূৰ্ণ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd