• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

এতিয়া সস্তাতে সাজিব পাৰিব ঘৰ

২২ ডিচেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৩১ সংখ্যক বৈঠক

ৰূপম শৰ্মা by ৰূপম শৰ্মা
December 20, 2018 5:57 pm
narendra modi

নৰেন্দ্ৰ মোদী। ছবি- টুইটাৰৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি হ্ৰাস পাব ঘৰ সজাৰ খৰচ। নিৰ্মাণ সামগ্ৰীৰ ওপৰত জি এছ টি হ্ৰাসৰ বাবে কেন্দ্ৰই লোৱা সিদ্ধান্তৰ বিষয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ঘোষণাৰ পিছতে সঞ্চাৰ হৈছে এই আশাৰ।

কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ সামগ্ৰীকে ধৰি কেইবিধমান অত্যাৱশ্যকীয়া সামগ্ৰীৰ ওপৰত থকা জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) ১০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সম্বন্ধে অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বৈঠকখন ২২ মে’ত অনুষ্ঠিত হ’ব।

Apply Now

GST marks a historic leap for the nation.

We firmly believe that GST must be as simple as possible and we are also working constantly in that direction. pic.twitter.com/FNUybx8uxl

— Narendra Modi (@narendramodi) December 18, 2018

এটা ঘোষণা যোগে প্ৰধান মন্ত্ৰী মোডীয়ে ইংগিত দিছে যে জিএছটি পৰিষদে যান-বাহনৰ টায়াৰ, ডিজিটেল কেমেৰা, এচি, ডিছ ৱাশ্বিং মেছিন, টিভিৰ চেটটপ বক্স, মনিটৰ আৰু প্ৰজেক্টৰ আৰু চিমেণ্ট আদি নিৰ্মাণ সামগ্ৰীৰ ওপৰত থকা জিএছটি হ্ৰাস কৰিব পাৰে।

উল্লেখ্য যে জিএছটি বলৱৎ হোৱাৰ আগে পিছে জিএছটি পৰিষদে বহু কেইখন বৈঠকত মিলিত হৈছে। বৈঠকত জিএছটিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰি তাৰ সংশোধন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰা হৈছে।

চলিত বৰ্ষৰ ২২ ডিচেম্বৰত অনুষ্ঠি হ’বলগীয়া জিএছটি পৰিষদৰ বৈঠকখন হৈছে পৰিষদৰ ৩১ সংখ্যক বৈঠক। টুইটযোগে প্ৰধান মন্ত্ৰীয়ে প্ৰকাশ কৰিছে যে বহু কেইবিধ সামগ্ৰীক অ-বিলাসী সামগ্ৰী বুলি ধৰা হৈছে। এই সমূহক আৱশ্যকীয় সামগ্ৰীৰ মৰ্যাদা দি এই সমূহৰ ওপৰত থকা জিএছটি কমোৱা হ’ব।

নিৰ্মাণৰ প্ৰধান সামগ্ৰী চিমেণ্টক (২৮শতাংশ জিএছটি শ্ৰেণীভুক্ত) অ-বিলাসী সামগ্ৰীৰ শ্ৰেণীভুক্ত (১৮ শতাংশ জিএছটি শ্ৰেণী) কৰি ইয়াৰ ওপৰত থকা জিএছটি ১০ শতাংশ হ্ৰাস কৰি ১৮ শতাংশ কৰা হ’ব। চৰকাৰে ঘোষণা কৰা জাননীৰ তাৰিখৰ পৰা এই ৰেহাই বিৱেচিত হ’ব। গতিকে চৰকাৰে জাননী জাৰি নকৰা পৰ্যন্ত জিএছটি কমা বুলি ধৰি লোৱা অনুচিত।

বিভিন্ন সামগ্ৰী আছে যিবোৰ বিলাসৰ সামগ্ৰী নহয় আৰু সেই সমূহ সামগ্ৰীক জিএছটি ২৮শতাংশ শ্ৰেণীৰ পৰা ১৮ শতাংশ জিএছটিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।

নিম্নোক্ত সামগ্ৰীসমূহক অ-বিলাসী সামগ্ৰী হিচাপে বিৱেচনা কৰি ১৮শতাংশ জিএছটিৰ শ্ৰেণীভুক্ত কৰা হ’ব পাৰে। সেই সমূহ হৈছে (১)কোকোৱা-বিহীন ময়দা, মণ্ড, খ্যাদ্য, শৰ্কৰা আদি, (২) মুখ আৰু দাঁতৰ স্বাস্থ্য সেৱা (৩) অগ্নি নিৰ্বাপক, চাৰ্জড অগ্নি নিৰ্বাপক গ্ৰেনেড, নতুন টায়াৰ, পুনৰ খাঁজ দিয়া টায়াৰ (Retreaded Tyres), পাৰ্টকল বৰ্ড, চকাৰ ভিতৰত থকা ৰাবাৰৰ টিউব, প্লাইউড, প্লাষ্টাৰভিত্তিক, ব’ৰ্ড, পাট ইত্যাদি, চিভিল ইঞ্জিনিয়াৰিং বা নিৰ্মাণ সামগ্ৰী, নিৰাপদ গ্লাছ, (৩) খোজ দিয়া ব্লক, বৰ্ড (৪) দুৱাৰ, খিৰিকী আৰু ইয়াৰ ফ্ৰেম (৫) আঁচবাব সামগ্ৰী ইত্যাদি।

ৰূপম শৰ্মা

ৰূপম শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd