• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসম: মেগা অনলাইন এন্তাৰ্তেইনমেন্ত প্ৰতিযোগিতাৰ আয়োজন ক্ৰিএ’চন ম’চন পিক্সাৰৰ

জানুৱাৰিত আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাখন মে’লৈকে চলিব

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2018 6:59 pm
Bridge-1-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীস্থিত ক্ৰিএ’চন ম’চন পিক্সাৰে অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এক মেগা অনলাইন এন্তাৰ্তেইনমেন্ত কম্পিতিচন।

জানুৱাৰিত আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাখন মে’লৈকে চলিব।

Apply Now

“আমি জানো যে অসমৰ চুকে-কোণে বহু প্ৰতিভা আত্মগোপন কৰি আছে। প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি আছে। বয়স ধতৰ্ব্য নহয়। কাৰণ প্ৰতিভাসমূহ চিৰসেউজ আৰু আমি প্ৰতিভাক সন্মান কৰো,” জনালে পৰিচালক গাৰ্গী শইকীয়া হাজৰিকাই।

“আজিৰ দিনত প্ৰত্যেকৰে স্মাৰ্ত ফ’ন থাকে; অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ স্মাৰ্ত ফ’নৰ যোগেদি এটা ভিডিঅ’ শ্বুত কৰিব পাৰে আৰু তেওঁলোকৰ ঘৰৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে,” তেওঁ ক’লে।

প্ৰতিযোগিতাখনৰ বাবে চূড়ান্ত কৰা ভাগসমূহ হ’ল— অভিনয়, গায়ন, যাদু, শিল্প, আবৃত্তি, নৃত্য, বাদ্য বাজনৰ লগতে জিকিৰ জাৰি, দিহা নাম আদি।

তেওঁ কয় যে ভিডিঅ’বোৰ YouTube চেনেল আৰু ক্ৰিএ’চন ম’চন পিক্সাৰৰ ফে’চবুক পে’জত প্ৰকাশ কৰা হ’ব আৰু লাইক, ৱিৱাৰ্ছৰ ভিত্তিত পৰৱৰ্তী ৰাউন্দত আপগ্ৰে’দ কৰা হ’ব।

হাজৰিকাই ক’লে প্ৰতিযোগিতাখনৰ বাবে নাম পঞ্জীয়ন চলি আছে।

“দ্বিতীয় ৰাউন্দত নিৰ্বাচিত হোৱা ফাইনেলিস্তসকলক সুযোগ দিয়া হ’ব মঞ্চত জীৱন্ত পৰিৱেশনৰ যিখন হ’ব ফিনালি। তাৰ পৰা ৪গৰাকীক বিজয়ীৰূপে বাচনি কৰা হ’ব। প্ৰতিযোগিতাৰ বিজয়ীয়ে লাভ কৰিব প্ৰমাণপত্ৰৰ সৈতে বেস্ত এন্তাৰ্তেইনাৰ অৱ আছাম খিতাপ, বিজিত দুগৰাকীয়েও লাভ কৰিব প্ৰমাণপত্ৰৰ সৈতে ৰানাৰ্ছ আপৰ খিতাপ। নিচুকণি পুৰস্কাৰ আগবঢ়োৱা হ’ব ৪ৰ্থ গৰাকীলৈ আৰু তেওঁলোক সকলোকে প্ৰদান কৰা হ’ব আকৰ্ষণীয় উপহাৰ,” তেওঁ কয়।

তেওঁ লগতে জনাই যে তেওঁলোকৰ প্ৰদাক্সনৰ সৈতে কাম কৰাৰ বাবে বহু সুযোগ প্ৰদান কৰা হ’ব প্ৰতিযোগিতাৰ বিজয়ীসকলক।

আগ্ৰহী প্ৰতিযোগীসকলে ৮৭৬১৯২৯৩৭৫ ম’বাইল নম্বৰ বা [email protected]ত যোগাযোগ কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd