• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ বিশ্বনাথ মণ্ডলত বন বিভাগৰ কৰ্মচাৰীৰ কেপাচিটী বিল্ডিঙৰ ওপৰত কৰ্মশালা

by
December 21, 2018 2:35 pm
IMG-20181221-WA0010
543
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে বন্যপ্ৰাণীৰ বিৰুদ্ধে অপৰাধৰ মাত্ৰা বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত বে-চৰকাৰী সংস্থা ইণ্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যন, আৰণ্যক আৰু বিশ্বনাথ বন্যপ্ৰাণী মণ্ডলৰ সমৰ্থনত বন বিভাগৰ কৰ্মচাৰীসকলৰ কেপাচিটী বিল্ডিঙৰ এটা প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয়।

আজি ২১ ডিচেম্বৰ শুকুৰবাৰে বিশ্বনাথ ঘাটত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত বন বিভাগৰ কেম্দ্ৰীয় ৰেঞ্জ, অপৰাধ অনুসন্ধান ৰেঞ্জ আৰু বিশ্বনাথ বন্যপ্ৰাণী মণ্ডলৰ নিৰ্বাচিত কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মচাৰীসকলক চোৰাং চিকাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

বিশ্বনাথ চাৰিআলিৰ অন্তৰ্গত বিশ্বনাথ বন্যপ্ৰাণী মণ্ডলৰ মাণ্ডলিক বিষয়া মুকুট দাস, আৰণ্যকৰ সাধাৰণ সম্পাদক ড০ বিভব তালুকদাৰ, কেন্দ্ৰীয় আৰু অপৰাধ অনুসন্ধান ৰেঞ্জৰ ৰেঞ্জ বিষয়া ৰেঞ্জ বিষয়া প্ৰাঞ্জল বৰুৱা, আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্সৰ ব্যৱস্থাপক প্ৰাঞ্জল দাস, আৰু ইণ্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যনৰ যাদব মণ্ডলে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।

দেখা যায় যে যিহেতু চলিত বৰ্ষৰ অক্টোবৰত জিলা আইন সেৱা প্ৰাধীৰণে নতুন ডিভিজনটোৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ প্ৰাদন কৰিছিল গতিকে এনেধৰণৰ প্ৰশিক্ষণ প্ৰদানৰ ফলত অৰণ্যত অপৰাধ সংঘটিত কৰা দুস্কৃতিকাৰীক দোষী সাব্যস্ত কৰিব পৰা যাব। আৰণ্যকৰ সাধাৰণ সম্পাদক ড০ বিভব তালুকদাৰে ডিভিজনলৈ এটা স্নিফাৰ ডগ যোগান ধৰাৰ আশ্বাস প্ৰদান কৰিছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd