• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ গৰাকী ৰহিঙীয়াক মণিপুৰ ম্যানমাৰৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2019 9:52 pm
rahingya deportation
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭ গৰাকী ৰহিঙীয়াক ম্যানমাৰলৈ প্ৰত্যাৰ্পণ কৰাৰ ৩ মাহৰ পাছত আজি ৩ জানুৱাৰি বৃহস্পতিবাৰে আৰু ৫গৰাকী ৰহিঙীয়াক মণিপুৰ সীমান্তৰে ম্যানমাৰৰ কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰা কৈছে।

আৰক্ষীৰ (সীমা) অতিৰিক্ত সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ‘দ্য ৱেৰ’ক দিয়া এটা সাক্ষাৎকাৰত নিশ্চিতি দিছে যে তেজপুৰ ডিটেনশ্যন কেম্পৰ পৰা এই বিদেশী লোককেইজনক ২ জানুৱাৰিত মণিপুৰ আৰক্ষীৰ হাতত অৰ্পণ কৰা হৈছে। তেওঁলোকে লোক কেইজনক শিলচৰ আৰক্ষীৰ হাতত অৰ্পণ কৰিছে। তাৰ পাছত মণিপুৰ আৰক্ষীয়ে তেওঁলোকক ম্যানমাৰৰ কৰ্তংপক্ষৰ হাতত অৰ্পণ কৰিছে।

Apply Now

প্ৰতিৱেদনত প্ৰকাশ পাইছে যে ২ জানুৱাৰিত কোনো নথি অবিহনে হাৰিয়ানাৰ আম্বালাত প্ৰৱেশ কৰা এগৰাকী ৰহিঙীয়া লোকক মণিপুৰৰ মোৰেহ সীমান্তৰে ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছিল।

আজি প্ৰত্যাৰ্পণ কৰা ৰহিঙীয়া লোককেইজনৰ নাম হৈছে মহম্মদ আয়াছ, মহম্মদ ৰিয়াছ, আহমেদ হুছেইন. তয়েবা খাতুন আৰু আজিদা বেগম।

চৰকাৰী নথি অনুসৰি, তেওঁলোক ম্যানমাৰৰ বুথিটাং এলেকাৰ বাসিন্দা আৰু একেই পৰিয়ালৰ। তেওঁলোকৰ পৰিয়ালৰ মুৰব্বী হৈছে  ইমাম হুছেইন।বিদেশী আইন ভংগ কৰাৰ অপৰাধত তেওঁলোকক ২০১৪ত আটক কৰা হৈছিল। প্ৰতিৱেদনত আৰু প্ৰকাস পাইছে যে পৰিয়ালৰ দুগৰাকী নাবালকৰ চিনাকী ম্যানমাৰ চৰকাৰে নিশ্চিত কৰিব পৰা নাই বাবে হুছেইন নাবালক দুগৰাকীৰ লগত ভাৰততে থাকিব আৰু বাকী সদস্যসকলক প্ৰত্যাৰ্পণ কৰা হ’ব।

২০১৮ৰ অক্টোবৰত ম্যানমাৰৰ ৰাখিনি ৰাজ্যৰ বাসিন্দা ৭ গৰাকী ৰহিঙীয়াক মোৰেহ সীমান্তৰে ম্যানমাৰৰ হাতত অৰ্পণ কৰা হৈছিল। বিদেশী আইন ভংগ কৰাৰ অপৰাধত অসম আৰক্ষীয়ে তেওঁলোকক আটক কৰিছিল আৰু শিলচৰ কাৰাগাৰত ৩ মাহৰ কাৰাদণ্ড বিহিছিল। কাৰাগাৰৰ ম্যাদ উকলাৰ পাছত তেওঁলোকক কাৰাগাৰৰ চৌহদতে থকা ডিটেনশ্যন কেম্পত ৰখা হৈছিল।

উল্লেখ্য যে ভৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত এই প্ৰথম বাৰৰ বাবে তেওঁলোকক প্ৰত্যাৰ্পণ কৰা হয়। আনুমাণিকভাৱে ভাৰতত বৰ্তমান ৪০,০০০ ৰহিঙীয়াই বসবাস কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd