• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

 চামগুৰি বৰমাবিলৰ নৃশংস হত্যকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

বিদ্যুৎ জ্যোতি বৰা by বিদ্যুৎ জ্যোতি বৰা
January 5, 2019 7:39 am
Untitled-1 copy (22)

বৰমাবিলৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আনাৰুল হক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দী চিনেমাৰ ভিলেইনৰ কাইদাৰে অল্টো গাড়ীৰে চোঁচৰাই ছাগলী চোৰৰ গভাইত  দলে এটাই ২৯ ডিচেম্বৰৰ পুৱতি নিশা নগাওঁ জিলাৰ  চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰমাবিলত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত আনাৰুল হকক চামগুৰি আৰক্ষীয়ে নগাঁৱৰ লাওগাঁৱৰপৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

অতি গোপন সূত্ৰৰ পম খেদি চামগুৰি আৰক্ষীয়ে নগাঁও সদৰ থানাৰ অন্তৰ্গত লাওগাঁওৰ নিবাসী আব্দুল হাচিমৰ বাসগৃত অভিযান চলাই আনাৰুল হকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

Apply Now

উল্লেখ্য যে যোৱা ২৯ ডিচেম্বৰৰ পুৱতি নিশা প্ৰায় ৩-৩০ বজাত নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁওৰ  বৰমাবিলৰ আইনুল ইছ্লামৰ পৰিয়ালটোৰ ছাগলী চুৰি কৰিবলৈ  এ এছ ০২ইউ ১৩১৫ নম্বৰৰ এখন বগা অল্টো গাড়ীৰে চাৰিজনীয় গভাইত চোৰে চুৰি কৰিবলৈ আহে।

চোৰৰ দলটোৱে ছাগলীৰ গৃহস্থক আক্ৰমণ কৰি পৰিয়ালটোৰ আইনুল ইছ্লামৰ ভাতৃ আব্দুল হাইক ৰচিৰে বান্ধি প্ৰায় এক কিলোমিটাৰ গাড়ী চলাই চোচৰাই নি লোমহৰ্ষকভাৱে হত্যা কাণ্ড সংঘটিত কৰি পলাই যাবলৈ সক্ষম হৈছিল।

ধৃত আনাৰুল হক অল্ট’ গাড়ীখন ব্যৱহাৰ কৰিয়ে এই হত্যা কাণ্ড সংঘটিত কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে অল্ট’ গাড়ীখনৰ লগতে এখন বাইকো নগাঁওৰ খুটিকটিয়াৰ পৰা জব্দ কৰিছে।

আনহাতে, চোৰৰ দলটোৰ দুৰ্ধৰ্ষ হত্যাকাৰী চামগুৰিৰ লাইলুৰিৰ ৰুমিজুল ইছলাম, নগাঁৱৰ লাওগাঁৱৰ আব্দুল কাদিৰৰ লগতে আন কেইবাজনো চোৰ এতিয়াও আৰক্ষীৰ চকুত ধুলি দি পলাই আছে।

বিদ্যুৎ জ্যোতি বৰা

বিদ্যুৎ জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

October 4, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am
নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd