• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সম্পাদক নিযুক্ত অসমৰ জুৰি শৰ্মা আৰু মেঘালয়ৰ দেব’ৰাহ মাৰাক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2019 10:47 am
Congress-leader-Jury-Sharma-Bordoloi-2-750x375

নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সম্পাদক পদলৈ নিৰ্বাচিত অসমৰ কংগ্ৰেছ নেত্ৰী জুৰি শৰ্মা বৰদলৈ।

738
VIEWS
Share on FacebookShare on Twitter

অসম কংগ্ৰেছৰ এগৰাকী নেত্ৰী জুৰি শৰ্মা বৰদলৈ আৰু মেঘালয়ৰ প্ৰাক্তন উপ মুখ্য মন্ত্ৰী দেব’ৰাহ চি মাৰাকক নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সম্পাদক পদত নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে শৰ্মা বৰদলৈ আৰু মাৰাকৰ লগতে নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ অন্যান্য বিষয়ববীয়াসকলৰ নিযুক্তিত অনুমোদন জনাইছে।

Deborah-C-Marak-1
নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্ত মেঘালয়ৰ কংগ্ৰেছ নেত্ৰী দেব’ৰাহ চি মাৰাক।

ৰাহুল গান্ধীয়ে সৌমিয়া ৰেড্ডী আৰু পৰমিন্দৰ কৌৰক নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়াৰ লগতে শৰ্মা বৰদলৈ, মাৰাক, দিপীকা পাণ্ডে আৰু ভাৱনা জৈনৰ নাম সম্পাদক পদৰ বাবে অনুমোদন জনাইছে।

ইপিনে, আন তিনিগৰাকী কংগ্ৰেছ নেত্ৰী  ৰঞ্জিতা মেহতা, নুৰু খান আৰু প্ৰীতি তিৱাৰীক নিখিল ভাৰত মহিলা কংগ্ৰেছ সমিতিৰ ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে ২০০৭ চনত প্ৰাক্তন মুখ্য মন্ত্ৰী ডি ডি লাপাঙৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰৰ উপ মুখ্য মন্ত্ৰী আছিল দেব’ৰাহ মাৰাক।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনত মাৰাক শিক্ষা, সমাজ কল্যাণৰ লগতে আন কেইবাটাও বিভাগৰো মন্ত্ৰী হিচাপে দায়িত্বত আছিল।

মাৰাকে গাৰো পাহাৰৰ উইলিয়ামনগৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিল। ২০১৮’ৰ নিৰ্বাচনত উইলিয়ামনগৰৰ পৰা নেশ্যনেল পীপলছ পাৰ্টিৰ (এনপিপি) মাৰ্কুইছ মাৰাক নিৰ্বাচিত হয়।

Recent News

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd