• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতি সন্থা সমন্বয়ক সমিতিৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ বিৰোধিতা সদৌ অসম মটক যুব ছাত্ৰ সন্মিলনৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
January 10, 2019 8:37 pm
IMG_20190110_153842745
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ৬টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰি জনজাতি সন্থা সমন্বয়ক সমিতিয়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া বন্ধৰ বিৰোধিতা কৰিছে সদৌ অসম মটক ছাত্ৰ সন্মিলনে।

মটক ছাত্ৰ সন্মিলনৰ দ্বাৰা প্ৰকাশিত এটা সংবাদমেলক সম্বোধন কৰি ৬টা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰাৰ বাবে জনজাতি সন্থা সমন্বয়ক সমিতিৰ সম্পাদক আদিত্য খাখলাৰীক তীব্ৰ ভৰ্ৎসনা কৰে।

Apply Now

সদৌ অসম মটক যুব ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিণ্টু বৰপাত্ৰ গোহায়ে কৈছে, জনজাতীয় সংগঠনৰ তথাকথিত সম্পাদকগৰাকীয়ে চৰকাৰৰ দালালৰ কাম কৰিছে। আমি এই বন্ধৰ বিৰোধিতা কৰিছোং কাৰণ ইয়ে জনজাতিৰ মৰ্যাদাৰ বাবে দাবী জনাই অহা ৬টা জনগোষ্ঠীয় সংগঠনৰ মানসিকতাত আঘাত কৰিছে।

সন্মিলনৰ উপদেষ্টা মিণ্টু বৰপাত্ৰ গোহায়ে কৈছে, ‘‘৬টা গনগোষ্ঠীয়ে জানজাতীয় মৰ্যাদা পাব নে নাই তাৰ সিদ্ধান্ত ল’বলৈ আদিত্য খাখলাৰী কোন? এই তথাকথিত নেতাজনে এই সংবেদনশীল বিষয়টোৰ ওপৰত মানুহক বিভক্ত কৰিবলৈ বিচাৰিছে।’’

সন্মিলনৰ সভাপতি ডেভিদ হাজৰিকাই কৈছে, ‘‘বিজেপিয়ে জনজাতীয় মৰ্যাদাক লৈ ৰাজনীতি কৰিব বিচাৰিছে। ২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে কৈছিল যে যদিহে তেওঁলোকৰ চৰকাৰ গঠন হয়, তেন্তে ৩ মাহৰ ভিতৰতে ৬টা জনগোষ্ঠীক জনজাতীয় মৰ্যাদা প্ৰদান কৰিব। কিন্তু তেওঁলোকে আমাক প্ৰতাৰণা কৰিছে।’’ তেওঁ আৰু কৈছে, ‘‘জনজাতীয় মৰ্যাদা নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ বিকল্প নহয়।

হাজৰিকাই কৈছে যে জানুৱাৰিৰ ২৭ তাৰিখৰ পৰা ফেব্ৰুৱাৰিৰ ১০ তাৰিখলৈ তেওঁলোকে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd