• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নামানে বিধেয়ক, মোদীকে চিধা জনাই দিলে মিজোৰাম বিজেপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 13, 2019 5:47 pm
BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

1.8k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধক বিজেপিয়ে বুঢ়া আঙুলি দেখুওৱাৰ বিপৰীতে দলটোৰ মিজোৰাম প্ৰদেশে এইক্ষেত্ৰত স্পষ্ট বিৰোধিতা চিধা জনাই দিছে খোদ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

বিধেয়কখন আইনত পৰিণত হ’লে বিদেশী স্বদেশী হৈ মিজোসকলৰ ক্ষতি কৰিব বুলিহে বিশ্বাস মিজোৰাম বিজেপিৰ। “মিজো ৰাইজৰ বাবে ই ক্ষতিকাৰক হ’ব। আমি বিধেয়কখন গ্ৰহণৰ বিৰোধিতা কৰিছো আৰু আমাৰ স্থিতি একে থাকিব,” ৰাজ্যিক বিজেপি সভাপতি জন ভি লুনাৰ উদ্ধৃতিৰে এই সংবাদ টাইমছ অৱ ইন্দিয়া-ৰ।

বিজেপি নেতাসকলে অসমবাসীক দিয়া বুজনিৰ বিপৰীত উপলব্ধিৰে লোৱা এই দৃঢ় স্থিতি মোদীক পত্ৰযোগে জনোৱাৰ লগতে এই বিষয়ত শীৰ্ষ নেতাক লগ কৰিবলৈ নতুন দিল্লীত বাহৰ পাতিছে মিজো নেতাজনে।

মিজোৰামৰ শাসকীয় দল তথা বিজেপি মিত্ৰ এম এন এফ-এ ইতিমধ্যে বিধেয়কৰ স্পষ্ট বিৰোধিতা কৰিছে। উত্তৰ-পূবত বিজেপি গঠিত নেদা (NEDA)ত বিধেয়ক পৰৱৰ্তী সময়ত থকা নথকা সন্দৰ্ভতো বিবেচনা কৰিবলৈ আগবাঢ়িছে মিজোৰামৰ মুখ্য মন্ত্ৰী জ’ৰাম থাংগা।

এম এন এফৰ সৈতে অনুৰূপ স্থিতি লৈছে মেঘালয়ৰ শাসনাধীন বিজেপি মিত্ৰ এন পি পিও। কনৰাদ চাংমা কেবিনেটে বিধেয়কৰ বিৰোধিতাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে।

একেদৰেই বিধেয়ক বিৰোধী কেবিনেট সিদ্ধান্ত লৈছে নাগালেন্দৰ বিজেপি মিত্ৰ এন দি পি পি চৰকাৰে।

মণিপুৰৰ বিজেপি মুখ্য মন্ত্ৰী বীৰেন সিঙে আকৌ নাগৰিকত্ব আইনৰ আওতাৰ পৰাই ৰাজ্যখনক বাহিৰত ৰাখিবলৈ শীৰ্ষ নেতৃত্ব তথা কেন্দ্ৰক আহ্বান জনাইছে।

বিধেয়কক লৈ অগপই অসমত বিজেপিৰ লগ এৰিছে।

Recent News

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

‘অসমীয়া বোৱাৰীৰ গোপন কথা’ নামৰ ফেচবুক গ্ৰুপত ভেটাপাৰাৰ মহিলাৰ ফটো আপলোড দি অপপ্ৰচাৰ চাইবাৰ অপৰাধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd