• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা দৰ্শন ৬ বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা মহিলা বক্সাৰ মেৰী কম

আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বক্সিঙত ভাৰতৰ হৈ পদক কঢ়িয়াবলৈ সক্ষম হ'ব বুলি আশাবাদী

উত্তম শইকীয়া by উত্তম শইকীয়া
January 13, 2019 7:20 pm
কাজিৰঙা দৰ্শন ৬ বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা মহিলা বক্সাৰ মেৰী কম
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ লক্ষ্যৰে আজি উদ্যানখনত উপস্থিত হয়হি ৬ বাৰকৈ বিশ্ব চেম্পিয়ন হোৱা মহিলা বক্সাৰ মেৰী কম।

পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলত উপস্থিত হৈ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰী কমে হাতীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰে। কাজিৰহাৰ সৌন্দৰ্য দৰ্শনৰ লগতে এশিঙীয়া গঁড় আৰু কাজিৰঙা বন্যপ্ৰাণী দেখি অভিভূত হৈ পৰে মহিলা বক্সাৰ মেৰী কম।

হাতী ছাফাৰিৰে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি মেৰী কমে কাজিৰঙাৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশক প্ৰশংসা কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত কাজিৰঙাই সমগ্ৰ বিশ্বতে এক উল্লেখনীয় ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰি এই বিষয়ে মুখ্য মন্ত্ৰীৰ লগত আলোচনা কৰিব বুলি সংবাদ মাধ্যমক জনায়।

তাৰোপৰি নিজৰ ক্ৰীড়া জীৱন সম্পৰ্কত মন্তব্য কৰি মেৰী কমে আগন্তুক দিনত বহুকেইখন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ বাবে কঠোৰ পৰিশ্ৰমেৰে নিজকে প্ৰস্তুত কৰা বুলি কয়। লগতে আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বক্সিঙত ভাৰতৰ হৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি তেওঁ আশাবাদী বুলিও উল্লেখ কৰে।

ইফালে ধিং একক্সপ্ৰেচ হিমা দাসক  প্ৰশংসা কৰি বিশ্ব চেম্পিয়ন গৰাকীয়ে অসম চৰকাৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপৰ বাবেই অসমত এতিয়া নতুন নতুন প্ৰতিভাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে কাজিৰঙা বিশ্ববিদ্যালয়ৰ উদ্যোগতে আজি কাজিৰঙাত উপস্থিত হোৱা মহিলা বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে সংবাদ মাধ্যমৰ জৰিয়তে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

মংগল গ্ৰহত ৰহস্যময় ‘হেলমেট আকৃতিৰ’ শিল বিচাৰি পালে নাছাৰ ৰোভাৰে

August 14, 2025 7:55 pm
তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

তিনিচুকীয়াত আলফা স্বাধীন, এনএছচিএনৰ সৈতে জড়িত বৃহৎ পৰিমানৰ বিস্ফোৰক জব্দ

August 14, 2025 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

৪৫ বছৰ বয়সত গ্ৰেণ্ড শ্লেম খেলিব ভেনাছে; ৪৪ বছৰ পুৰণি অভিলেখ ভংগৰ দিশে ছেৰেনাৰ ভগ্নী!

August 14, 2025 9:30 pm
‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

‘গৰু চুৰি-ভোট চুৰিৰ পিছত এইবাৰ মাটি চুৰিত লিপ্ত বিজেপি; হিমন্ত বিশ্ব শৰ্মা জনজাতি বিৰোধী মুখ্যমন্ত্ৰী’-কংগ্ৰেছ

August 14, 2025 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd