• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

বিধেয়ক মানি লোৱা নহ’ব বুলি ক’বলৈ নতুন দিল্লীলৈ যাব মেঘালয় চৰকাৰৰ এটা প্ৰতিনিধি দল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 15, 2019 9:38 am
Teachers ‘body serve legal notice on Meghalaya govt.

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ উত্তৰ-পূব উত্তাল হৈ থকাৰ সময়তে ইয়াৰ বিৰোধিতা কৰাৰ উদ্দেশ্যে মেঘালয় শাসনাধিষ্ঠ চৰকাৰৰ বিধায়কৰ এটা প্ৰতিনিধি দলে অতি শীঘ্ৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিব।

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত নতুন দিল্লীলৈ যাবলগীয়া বিধায়কৰ দলটোৱে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ সাক্ষাতৰ বাবে অনুমতি বিচাৰিছে আৰু অনুমতি পোৱাৰ পাছতে সজাতি দলটোৱে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিব বুলি জানিবলৈ দিয়ে।

Apply Now

‘চৰকাৰত থকা বাবে আমি এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছো আৰু আমি এই বিধেয়কখনৰ বিৰোধিতা কৰি যাম। বৰ্তমান পৰিস্থিতি কিছু সুকীয়া কিয়নো এতিয়াও ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱা নাই। সেয়ে আমি এই ক্ষেত্ৰত কিছু ধৈৰ্য ধৰিছো আৰু পৰৱৰ্তি সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে তাক লক্ষ্য কৰি আছো’। এইদৰে কয় মুখ্য মন্ত্ৰী কনৰাড চাংমাই।

তেওঁ লগতে কয় যে মেঘালয় ডেম’ক্ৰেটিকছ এলায়েন্সৰ সহযোগী সকলেৰে গঠিত সজাতি দলটোৱে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক সাক্ষাৎ কৰি এই বিধেয়কখনৰ বিৰোধিতা কৰিব আৰু এই বিধেয়কখনে সমগ্ৰ উত্তৰ-পূবৰ বাবেই ভাবুকিস্বৰূপ বুলি জনোৱাৰ লগতে মেঘালয় চৰকাৰে এই বিধেয়কৰ বিৰোধিতা কৰাৰ কথা জনাব।

‘আমি সাক্ষাতৰ বাবে ইতিমধ্যে অনুমতি বিচাৰিছো আৰু আশা কৰো এসপ্তাহৰ ভিতৰতে প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিব পাৰিম’। কনৰাড চাংমাই জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ৮ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ লোকসভাত গৃহীত হোৱাৰ পাছৰে পৰা সমগ্ৰ উত্তৰ-পূবতে ইয়াৰ তীব্ৰ বিৰোধ প্ৰদৰ্শন হৈছিল। বিভিন্ন দল-সংগঠন, ছাত্ৰ সমাজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ পাছতো কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপিয়ে এইক্ষেত্ৰত গ্ৰহণ কৰা আকোঁৰগোজ স্থিতিয়ে এতিয়া শংকিত কৰি তুলিছে উত্তৰ-পূবৰ সচেতন মহলক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd