• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাগৰিকত্ব বিধেয়কে উত্তৰ-পূবত বিভেদ আনিছে : অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাং

এন ই নাও নিউজ by এন ই নাও নিউজ
January 19, 2019 5:16 pm
Mega-rally-750x375

কলকাতাত অনুষ্ঠিত বিজেপি বিৰোধী সমাবেশত লাখ-লাখ লোকৰ সমাগম

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে বিজেপি ত্যাগ কৰা অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙে দলটোক উগ্ৰ সমালোচনা কৰি কয় যে বিজেপিয়ে আনিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়কে উত্তৰ-পূবত বিভেদ সৃষ্টি কৰিছে।

আজি অৰ্থাৎ শনিবাৰে কলকাতাত পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে আয়োজন কৰা এক বিশাল বিজেপি বিৰোধী সমাবেশত ভাগ লৈ আপাঙে কয়, ‘যোৱা চাৰিটা বছৰ ভাৰতীয় গণতন্ত্ৰৰ বাবে এক সংকটকাল। ইয়াত ভাৰতীয় নেতৃত্বৰ ৰত্নসকল উপস্থিত আছে। আমি ইয়াত সংবিধানত থকা গণতান্ত্ৰীক মূল্যবোধক ৰক্ষা কৰিবলৈ একগোট হৈছো।

Apply Now

অৰুণাচল প্ৰদেশত গণতন্ত্ৰ নিকৃষ্টতম অৱস্থাৰ মাজেৰে গৈ আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘ফেডাৰেল গণতন্ত্ৰ সংকটৰ সন্মুখীন হৈছে, আনকি উচ্চতম ন্যায়ালয়ৰো নিৰ্দেশ পালন কৰা হোৱা নাই। মোৰ ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে আত্মহত্যা কৰিবলগীয়া হ’ল।‘

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী আপাঙে বিজেপি বিৰোধী সমাবেশখন অনুষ্ঠিত কৰাৰ বাবে মমতা বেনাৰ্জীক ধন্যবাদ জ্ঞাপন কৰি আঞ্চলিক দলসমূহক একলগ হ’বলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে উক্ত সমাবেশতে মিজোৰামৰ জোৰাম নেশ্যনেলিষ্ট পাৰ্টি (জেদ এন পি)ৰ নেতা লালডুহাৱমাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ সমালোচনা কৰে। বিধেয়কখনে উত্তৰ-পূবৰ জনসাধাৰণক বিচ্ছিন্ন কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কখন উঠাই ল’বলৈ মই প্ৰধান মন্ত্ৰীক সকীয়াই দিব খোঁজো। যদি এইয়া কৰা নহয় ভাৰত উত্তৰ-পূবৰ লোকসকলৰ বাবে উপযুক্ত হৈ নাথাকিব। মই উত্তৰ-পূবৰ সকলো আঞ্চলিক দলকে বিজেপিৰ সৈতে সম্পৰ্ক ত্যাগ কৰিবলৈ আহ্বান জনাইছো।‘

‘বিজেপি আৰু বজৰং দলে আমি কি খাম তথা আমাৰ ধৰ্মৰ ওপৰত নিৰ্দেশ দিয়ে’ বুলি মন্তব্য কৰি তেওঁ কয়, ‘ কেৱল এখন নতুন চৰকাৰে হে সংখ্যালঘুসকলক সকাহ দিব পাৰিব।‘

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd