• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন : চাইকেল ৰেলীৰে সজাগতা সৃষ্টিৰ প্ৰয়াস মহকুমা প্ৰশাসনৰ

উত্তম শইকীয়া  by উত্তম শইকীয়া 
January 25, 2019 4:37 pm
IMG-20190125-WA0004_2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে বোকাখাততো আজি ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত অনুষ্ঠিত সভাত মহকুমাটোৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক, সাংবাদিক, মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে ছাত্র-ছাত্রী আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

অনুষ্ঠানত মহকুমাধিপতি গৰাকীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শপত বাক্য পাঠ কৰোৱাৰ লগতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে । সভাত কেইবাগৰাকীও বক্তাই ভোটাৰ দিৱসৰ বিভিন্ন দিশ পর্যালোচনা কৰি এখন সুস্থ আৰু নিকা চৰকাৰ গঠনৰ বাবে নিজৰ ভোটাধিকাৰ সাবস্ত কৰিবলৈ সকলোকে আহ্বান জানায়।

Apply Now

অনুষ্ঠানত মহকুমাটোৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও বক্তব্য আগবঢ়ায়। আজি অনুষ্ঠানতে ভোটাৰদিৱসৰ লগত সংগতি ৰাখি বোকাখাত নির্বাচনী কার্যালয়ৰ উদ্যোগত আয়োজিত হোৱা কুইজ প্রতিযোগিতাত প্রথম স্থান লাভ কৰা কমাৰ গাওঁ মহাব্যিালয়ৰ পূজা গুপ্তা আৰু শ্ৰুতি শৰ্মা , দ্বিতীয় স্থান পোৱা কাজিৰঙা মহাবিদ্যালয়ৰ পিংকী বেগম আৰু বনশ্রী বাউৰী আৰু তৃতীয় স্থান পোৱা জে.জি.এচ.জি, মহাবিদ্যালয়ৰ ৰিয়া বাউৰী আৰু হিমাঞ্চল দত্তক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়৷

অনুষ্ঠানত নিৰ্বাচনী বিভাগৰ উদ্যোগত ইলেক্ট্ৰনিক ভোটাৰ মেচিন আৰু ভি ভি পেটৰ ব্যৱহাৰো প্ৰদৰ্শন কৰা হয়৷  ইফালে আজি ভোটাৰ দিৱস উপলক্ষে পুৱা ৯ বজাত বোকাখাত ৰাজহুৱা খেলপথাৰৰ পৰা নগৰৰ মাজেৰে ভোট দানৰ সজাগতা সৃষ্টিৰ বাবে এটা চাইকেল ৰেলীও উলিওৱা হয় । চাইকেল ৰেলীৰ ফ্লেগ অফ কৰে মহকুমাধিপতি বিবেক শ্যামে। চাইকেল ৰেলীত মহকুমা আৰক্ষী বিষয়া ডা: কল্যাণ দাস, সহকাৰী আয়ুক্ত শান্তনু গগৈ, নিবার্চনী বিষয়া নিতিশা বৰাই অংশ গ্রহণ কৰে৷

উত্তম শইকীয়া 

উত্তম শইকীয়া 

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm
উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সৌৰভৰ; ন্যায়াধীশ সূৰ্য্যকান্ত-বাগচীৰ ভূমিকাক লৈ প্ৰশ্ন

October 5, 2026 11:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd