• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

থাদৌ ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ ৩৬ ঘণ্টীয়া বন্ধ আহ্বান

সভাপতি চামম by সভাপতি চামম
January 12, 2018 3:51 pm
imphal-moreh-road
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হত্যাকাৰীক শাস্তি দিয়াত চৰকাৰৰ ব্যৰ্থতা আৰু থাদৌ কুকি ভাষাৰ পাঠ্য বিষয় উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰত প্ৰচলন নকৰাৰ অভিযোগত মণিপুৰৰ থাদৌ ষ্টুডেণ্টছ এছ’চিয়েশ্যনে ৩৬ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে।

সংগঠনটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কয় যে যোৱা বছৰৰ ৫ মে’ত ছগনুত হোৱা দুজন লোকৰ হত্যাকাণ্ডৰ লগতে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰিত হোৱা মলনম জুনিয়’ৰ হাই স্কুলৰ সহকাৰী শিক্ষক থংখোগিনৰ নৃশংস হত্যাকাণ্ডৰ উচিত বিচাৰ নকৰাৰ প্ৰতিবাদ স্বৰূপে আৰু বাৰম্বাৰ দাবী কৰি অহাৰ পিছতো থাদৌ কুকি ভাষাৰ পাঠ্য বিষয় উচ্চতৰ মাধ্যমিক বিদ্যালয়বোৰত প্ৰৱৰ্তন নকৰাৰ প্ৰতিবাদস্বৰূপে অহা ১৬ জানুৱাৰিৰ পুৱা ৬ বজাৰ পৰা ১৭ জানুৱাৰিৰ সন্ধিয়া ৬ বজালৈ মণিপুৰ বন্ধৰ আহ্বান জনাইছে।

Apply Now

এই বন্ধ আহ্বান জনাই সংগঠনটোৱে বন্ধৰ কাৰ্য্যসূচীত যাত্ৰীবাহী যান-বাহন আৰু জনসাধাৰণৰ পৰা সহযোগিতা বিচাৰিছে।

জানিব পৰা মতে ইম্ফল-ম’ৰে, ইম্ফল-ডিমাপুৰ, ইম্ফল-জিৰিবাম আৰু ইম্ফল-চুৰাচন্দপুৰৰ যাতায়াতত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

প্ৰেছ বিজ্ঞপ্তিটোৱ কোৱামতে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো উক্ত হত্যাকাণ্ডৰ কোনো ধৰণৰ কাৰ্য্যকৰী বিচাৰ প্ৰক্ৰিয়া দেখা নগ’ল। এই পৰ্য্যন্ত হত্যাকাৰীক ধৰিবলৈ চৰকাৰ সক্ষম নহ’ল।

বিজ্ঞপ্তিটোত কোৱামতে সংগঠনটোৰ এটা দলে যোৱা বছৰৰ ২২ ডিচেম্বৰত কাকচিং জিলাৰ আৰক্ষী অধীক্ষক, এই গোচৰটোৰ তদন্তকাৰী বিষয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) সাক্ষাৎ কৰি ২০১৮ চনৰ ১০ জানুৱাৰিৰ ভিতৰত গোচৰটোৰ চয়-নিশ্চয় কৰিবলৈ সময়সীমা ধৰি দিছিল। কিন্তু ইয়াৰ কোনো কাৰ্যকৰী ফল দেখা নগ’ল।

উল্লেখযোগ্য যে উপত্যকাটোৰ উচ্চতৰ-মাধ্যমিক বিদ্যালয়বোৰত থাদৌ-কুকি ভাষাৰ বিষয় প্ৰৱৰ্তন কৰাৰ বাবে চৰকাৰে ২০১৬ চনতে এটা নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু সংগঠনটোৱে দাবী কৰে যে এই নিৰ্দেশনা কাগজ-পত্ৰতে আবদ্ধ আছে আৰু এতিয়ালৈকে প্ৰৱৰ্তন কৰা হোৱা নাই।

আনহাতে সংগঠনটোৱে জানিবলৈ দিছে যে যদিহে চৰকাৰে তেওঁলোকৰ দাবীকেইটা পূৰণ নকৰে তেন্তে অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিব।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd