• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট অধিবক্তা সন্থাৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰকপত্ৰ

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 12, 2019 9:54 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ আহ্বানমৰ্মে অধিবক্তা সকলৰ বিভিন্ন দাবীৰ প্ৰতি সঁহাৰি জনোৱাৰ আহ্বান জনাই সমগ্ৰ দেশৰ অধিবক্তা সন্থাসমূহৰ লগতে গোলাঘাট অধিবক্তা সংস্থায়ো দেশৰ প্ৰধান মন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সন্থাৰ তৰফৰ পৰা সভাপতি মহেন্দ্ৰ নাথ দত্ত আৰু সম্পাদক দুৰ্গা প্ৰসাদ জয়ছোৱালে জিলা উপায়ুক্তক উক্ত স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে বাৰ কাউন্সিল অৱ ইণ্ডিয়াই ন্যায়পালিকাৰ মূল অংগ অধিবক্তাসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কেতবোৰ দাবী উত্থাপন কৰিছিল। উক্ত দাবীসমূহৰ ভিতৰত অধিবক্তাসকলৰ বৃত্তিগত সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্য্যাপ্ত সা-সুবিধা প্ৰদানৰ বাবে দেশৰ প্ৰতিখন অধিবক্তা সন্থাৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা। প্ৰতিখন বাজেটত ৫ হাজাৰ কোটি অনুমোদন দিয়া যাতে উক্ত অৰ্থৰদ্বাৰা অধিবক্তা আৰু তেওঁলোকৰ পৰিয়ালসমূহক বীমাৰ অন্তৰ্ভুক্ত কৰা।

Apply Now

তাৰোপৰি ৫ বছৰ পৰ্যন্ত নতুন অধিবক্তাসকলক মাহে ন্যূনতম দহ হাজাৰ টকাকৈ খোৰাকী দিয়াৰ ব্যৱস্থা কৰা, অনাকাংক্ষিত অথবা অকাল মৃত্যু হোৱা অধিবক্তা আৰু পৰিয়ালৰ বাবে অৰ্থনৈতিক সুৰক্ষাৰ ব্যৱস্থা কৰা আদি পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

ইয়াৰ উপৰি অধিবক্তা সকলে যাতে ভূমি আৰু বাসগৃহৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে আঁচনি লোৱা, আইন সেৱা প্ৰাধিকাৰী আইনে যাতে অধিবক্তা সকলক সাঙুৰি লয় তাৰ বাবে প্ৰয়োজনীয় সংশোধন আদিৰ দাবী উত্থাপন কৰি আহিছে।

মন কৰিবলগীয়া যে যি সময়ত তেলেংগানা আৰু হাৰিয়ানা ৰাজ্য চৰকাৰে ৰাজ্যৰ অধিবক্তাসকলৰ কল্যাণৰ বাবে নিজস্বভাবে আঁচনি লৈছে তেনেস্থলত ২০১৪ বর্ষত কেন্দ্ৰীয় চৰকাৰে দায়িত্বভাৰ গ্ৰহণৰ পিছতে অধিবক্তাসকলৰ বাবে কল্যাণমূলক আঁচনি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজিলৈকে বাস্তবায়িত নকৰিলে।

ফলত সৰ্বভাৰতীয় অধিবক্তা সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীৰ অংশ হিচাপে কালি গোলাঘাট অধিবক্তা সন্থাই সন্থাৰ চৌহদত এক সজাগতা সভা অনুষ্ঠিত কৰে। আৰু আজি এক প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ: ৰাহুল গান্ধীক আটক, স্বতন্ত্ৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

July 22, 2026 6:41 pm
চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী

July 22, 2026 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd