• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাৰ বাগৰিত এবছৰীয়া গঁড়ৰ পোৱালি উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 17, 2019 3:54 pm
Rhino Calf

ফটো : নৰ্থ-ইষ্ট নাও

464
VIEWS
Share on FacebookShare on Twitter

আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পৰা এটা গঁড়ৰ পোৱালি উদ্ধাৰ কৰা হয় ৷ মাকৰ মৃত্যু হোৱাৰ পাছত বাগৰি বনাঞ্চলৰ ডোঙা বনশিবিৰ এলেকাত অকলশৰে বিচৰণ কৰি ফুৰিছিল উক্ত গঁড় পোৱালিটো।

জানিব পৰা মতে পুৱা উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বনকৰ্মীৰ এটা দলৰ সহযোগত পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক আৰু উদ্ধাৰকাৰী দলে এবছৰীয়া গঁড়ৰ পোৱালিটোক উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ লৈ যায়।

সম্প্ৰতি গঁড় পোৱালিটো উক্ত কেন্দ্ৰটোতেই প্ৰতিপালিত হৈ আছে। উল্লেখ্য যে শেহতীয়াকৈ পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটোত প্ৰতিপালিত হৈ থকা আটাইবোৰ গঁড় মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজ্যিক চিৰিয়াখানালৈ স্থানান্তৰ কৰা হৈছিল। আৰু তেতিয়াৰ পৰাই গঁড় শূন্য হৈ পৰিছিল কেন্দ্ৰটো।

কিন্তু আজি পুৱা উদ্ধাৰ হোৱা গঁড় পোৱালিটো প্ৰতিপালনৰ বাবে উক্ত কেন্দ্ৰটোলৈ লৈ যোৱাত পুনৰ সজীৱ হৈ উঠে কেন্দ্ৰটো।

Recent News

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

যোৰহাটৰ মৰিয়নীত জঘন্য ঘটনা! তিনিমহীয়া সন্তানক কুঁৱালৈ দলিয়াই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ পিতৃৰ

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অভিনেতা ডিনো ম’ৰেয়াৰ বাসগৃহত অভিযান প্ৰৱৰ্তন সঞ্চালকালয়ৰ অভিযান

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd