• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘হাত’ত ধৰিবলৈ হেতা-ওপৰা অৰুণাচলৰ প্ৰাক্তন মন্ত্ৰী, বিধায়কৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 20, 2019 6:49 pm
Arunachal Pradesh: Former ministers, MLAs lining up to join Congress

প্ৰতীকী ফাইল ছবি।

1.9k
VIEWS
Share on FacebookShare on Twitter

মোদী-প্ৰতিশ্ৰুতি পূৰণ হোৱা-নোহোৱাক লৈ তীব্ৰ বাক-বিতণ্ডা থাকিলেও, চুবুৰীয়া অৰুণাচল প্ৰদেশ কংগ্ৰেছলৈ নিশ্চিতভাৱে আহিছে “অচ্ছে দিন”।

পাহাৰীয়া ৰাজ্যখনৰ বহুকেইজন শীৰ্ষ গেৰুৱা নেতাই পদুম এৰি ধৰিছেহি হাত। অকল বিজেপিয়ে নহয়, নেদাৰ অংশীদাৰ এন পি পিৰ দুজন নেতায়ো শেহতীয়াকৈ বিৰোধী দলটোত যোগ দিছে।

দেশৰ আসন্ন সাধাৰণ নিৰ্বাচনৰ লগতে বিধান সভা নিৰ্বাচনৰ মুখে আগবঢ়া ৰাজ্যখনত যোৱা ডিচেম্বৰৰ পৰা কমেও ১৯ গৰাকী শীৰ্ষ ৰাজনীতিকে কংগ্ৰেছত যোগ দিছে, ইন্দিয়ান এক্সপ্ৰেছ-ৰ বাতৰিত প্ৰকাশ।

ৰাজ্যখনৰ দুবাৰৰ মুখ্য মন্ত্ৰী গেগং আপাং, প্ৰাক্তন গৃহ মন্ত্ৰী জে’মছ এল ৱাংলাত আৰু প্ৰাক্তন মন্ত্ৰীদ্বয় তাতাৰ কিপা আৰু অতাম ৱেলিও আছে বিজেপি-ত্যাগীৰ তালিকাত।

উত্তৰ-পূবৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ পিছতো নাগৰিকত্ব বিধেয়ক গ্ৰহণৰ বাবে আঁকোৰগোজ হৈ থকাৰ বাবেই গেৰুৱা শিবিৰ ত্যাগ কৰা বুলি জনাইছে কিপা আৰু ৱেলিয়ে।

গেৰুৱা দলটোৰ ক্ষমতা দখলৰ ৰাজনীতি “শ্বাসৰুদ্ধকৰ” বুলি অভিযোগ কৰি দল এৰা প্ৰাক্তন মুখ্য মন্ত্ৰী আপাঙৰ কংগ্ৰেছত যোগদান এতিয়াও নিশ্চিত হোৱা নাই।

প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী তাকাম সঞ্জয়ে আৰু বহু বিজেপি নেতায়ো তেওঁৰ দলত যোগ দিয়াৰ ইংগিত দিছে।

আশা কৰাৰ দৰেই নেতাসকলৰ দলত্যাগে কোনো ক্ষতি নকৰে বুলি মন্তব্য কৰিছে অৰুণাচল প্ৰদেশ বিজেপিৰ মুৰব্বী তাপিৰ গাৱে।

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd