• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী বিশ্ববিদ্যালয়ত গাড়ী চোৰৰ দপদপনি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2019 11:49 am
চুৰি হোৱা গাড়ীখনৰ ফাইল ফটো

চুৰি হোৱা গাড়ীখনৰ ফাইল ফটো

514
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ত দিনক দিনে গাড়ী চোৰৰ উপদ্ৰপ বৃদ্ধি পাই আহিছে। বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ মাজ মজিয়াত থকা উদ্ভিদ বিজ্ঞান বিভাগৰ চৌহদৰ পৰাই দিন-দুপৰতে চোৰে চুৰি কৰি নিলে ছাত্ৰী এগৰাকীৰ এ এচ-১৪ জে-৩০০৯ নম্বৰৰ ৰঙা ৰঙৰ স্কুটী এখন।

ছাত্ৰী-গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পৰীক্ষা দিবলৈ আহি বিভাগৰ চৌহদত গাড়ীখন ৰখাই থোৱা অৱস্থাৰ পৰাই চোৰে গাড়ীখনলৈ উধাও হয়। এতিয়া পৰ্য্যন্ত চিচি টিভি ফুটেজ পৰ্য্যবেক্ষণ কৰিও আৰক্ষীয়ে গাড়ীচোৰৰ কোনো সম্ভেদ লাভ কৰা নাই। বিশ্ববিদ্যালয় চৌহদৰ পৰা বিগত সময়তো ভালেকেইখন দুচকীয়া বাহন চুৰি হৈছিল।

উল্লেখযোগ্য যে, বিগত বৰ্ষত নাকৰ পৰ্য্যবেক্ষণৰ সময়ৰ পৰাই বিশ্ববিদ্যালয় চৌহদত চিচি টিভি কেমাৰা সংলগ্ন কৰা হৈছিল। তদুপৰি জালুকবাৰী আৰু সাতমাইলৰ দিশে থকা মুখ্য প্ৰবেশদ্বাৰ দুখনতো চিকিউৰিটি গাৰ্ড নিয়োগ কৰা হয়। কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো ছাত্ৰ-ছাত্ৰী সকলৰ দুচকীয়া বাহন সমূহ এনেদৰে চুৰি হৈ থকা ঘটনাই বিশ্ববিদ্যালয় চৌহদৰ ভিতৰত নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে।

উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগ, বাণিজ্য বিভাগ, গ্ৰন্থাগাৰ চৌহদ, নতুন ক’লা ভৱন চৌহদৰ পৰা প্ৰায়ে গাড়ী চোৰ হৈ থাকে।ছাত্ৰ-ছাত্ৰী সকলে বিভাগীয় কৰ্তৃপক্ষক বিশ্ববিদ্যালয় চৌহদত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দীৰ্ঘদিনৰ পৰাই দাবী জনাই আহিছে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd