• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰ সম্পন্ন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
March 8, 2019 4:31 pm
কোকৰাঝাৰত বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰ সম্পন্ন

কোকৰাঝাৰৰ বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ আলোকচিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অন্তৰ্গত কোকৰাঝাৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাৰ শিয়ালমাৰী বিদ্যালয় খেলপথাৰত বৃহৎ স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে।

পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে কোকৰাঝাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ড০ জে আহমেদ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কোকৰাঝাৰ জিলা প্ৰ’গ্ৰাম মেনেজাৰ উত্তম ব্ৰহ্ম আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিধায়কৰ উপস্থিতিত স্বাস্থ্য শিৱিৰটো উদ্বোধন কৰে।

গ্ৰাম্যাঞ্চলৰ লোকসকলক প্ৰাথমিক চিকিৎসালয় তথা জিলা চিকিৎসালয়লৈ নোযোৱাকৈয়ে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু স্বাস্থ্য পৰামৰ্শ দিয়াৰ উদ্দেশ্যৰে শিৱিৰটো আয়োজন কৰা হৈছে বুলি স্বাস্থ্য সেৱাৰ সঞ্চালক ড০ জে আহমেদে কয়।

আনহাতে, উদ্বোধনী অনুষ্ঠানত অংশ লৈ আহমেদে স্থানীয় জনসাধাৰণক চৰকাৰৰ স্বাস্থ্য সম্বন্ধীয়  বিভিন্ন আঁচনিৰ বিষয়ে বিষদভাৱে অৱগত কৰে আৰু এই আঁচনিবোৰৰ লাভ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। এইক্ষেত্ৰত ৰাইজ, প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগিতাও কামনা কৰে আহমেদে।

উল্লেখযোগ্য যে, চিকিৎসক, বিশেষজ্ঞ চিকিৎসক, নাৰ্চ আৰু অন্যান্য চিকিৎসা বিষয়াই অংশলোৱা স্বাস্থ্য শিৱিৰত প্ৰায় ১০০০ত কৈও অধিক লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ঔষধ যোগান ধৰা হয়। মোবাইল চিকিৎসা সেৱা, সঞ্জীৱনী ১০৪ সেৱাও শিৱিৰত উপলব্ধ আছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

‘আপোনালোকো জড়িত হওক’- ভোটাৰ তালিকাৰ বিতৰ্কৰ মাজতে বিৰোধীক টোপ নিৰ্বাচন আয়োগৰ

August 17, 2025 11:09 am
ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

August 17, 2025 9:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd