• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীন আৰু ভাৰত পাৰস্পৰিক বন্ধু হোৱা উচিত : চীনৰ বিদেশ মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 8, 2019 6:03 pm
china-diplomacy_wang_yi-750x375

চীনৰ বৈদেশিক মন্ত্ৰী ওৱাং য়ি।

564
VIEWS
Share on FacebookShare on Twitter

চীন আৰু ভাৰতে তেওঁলোকৰ অৰ্থনৈতিক বিকাশত অৰিহনা যোগোৱাৰ বাবে সপোন তথা সুযোগসমূহ বাস্তৱায়িত কৰিবলৈ পাৰস্পৰিক বন্ধুত্ব গঢ়ি তোলা উচিত। চীনৰ বৈদেশিক মন্ত্ৰী ওৱাং য়িয়ে শুকুৰবাৰে এইদৰে কয়।

‘’দেশ দুখনে এছিয়াৰ উত্থান তথা সমৃদ্ধিৰ বাবে যৌথভাৱে পৰ্যাপ্ত বৰঙণি আগবঢ়োৱা উচিত,’’ –দেশখনৰ বাৰ্ষিক বিধায়িনী অধিৱেশনৰ মাজতে সংবাদ মাধ্যমৰ আগত ওৱাঙে এইদৰে কয়।

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনা সন্দৰ্ভত ওৱাংঙে কয় যে বেইজিঙে আশা কৰে যে দুয়োখন দেশে ‘’ আলোচনাৰ জৰিয়তে সংঘাত অঁতৰাব, সদিচ্ছাৰে মতানৈক্য দূৰ কৰিব আৰু সহযোগিতাৰে এক উন্নত ভৱিষ্যৎ গঢ়ি তুলিব।‘’ শিনহুৱা নিউজ এজেন্সিয়ে এই বাতৰি প্ৰকাশ কৰিছে।

পৰিস্থিতিৰ উন্নতি ঘটোৱাৰ ক্ষেত্ৰত ‘’দেশ দুখনে প্ৰকাশ কৰা আগ্ৰহক’’ চীনে আদৰণি জনোৱা বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

‘’চীনে প্ৰথমৰে পৰা শান্তি প্ৰতিষ্ঠাৰ বাবে তথা উত্তেজনা হ্ৰাস কৰাৰ বাবে অনুশীলনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি আহিছে,’’-তেওঁ লগতে কয়।

 

Recent News

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

পিতৃ আৰক্ষী বিষয়া, কন্যা অধিবক্তা  : খোদ কন্যাই আদালতত খাৰিজ কৰালে পিতৃৰ আদেশ

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

দুগৰাকীকৈ বিয়া কৰায়ো দেখা নাই সন্তানৰ মুখ : কাজিয়া লাগি স্বামীৰ যৌনাংগ কাটিলে দ্বিতীয় পত্নীয়ে

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ যানজঁটে ল’লে প্ৰাণ! এম্বুলেন্সতেই যন্ত্ৰণাময় মৃত্যু আহত মহিলাৰ

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

একত্ৰিত হৈছে বাঁও দলসমূহ! ৰাজ্যজুৰি জনমত গঠন কৰিবলৈ যৌথভাৱে কাম কৰিব বাঁওপন্থী দলসমূহে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd