• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাহিলীপাৰাস্থিত উচ্চ শিক্ষা সঞ্চালকালয় ঘেৰাও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 16, 2019 10:53 pm
801
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰাদেশীকৃত মহাবিদ্যালয়সমূহৰ অস্থায়ী আৰু অমঞ্জুৰিকৃত শিক্ষকৰ পদত কৰ্মৰত শিক্ষক-কৰ্মচাৰীক অহা ৩১ মাৰ্চৰ ভিতৰত নিলম্বন তথা পুনৰ নিযুক্তি বন্ধ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে যোৱা ১৮ ফেব্ৰুৱাৰিত এক জাননী জাৰি কৰিছিল।

ৰাজ্যৰ শিক্ষা বিভাগৰ এই হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কাহিলীপাৰাস্থিত উচ্চ শিক্ষা সঞ্চালকালয় ঘেৰাও কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ সংগঠনটোৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰে সংবাদ মাধ্যমৰ আগত কয় ‘১৯৯২ চনৰ পৰা ৰাজ্য চৰকাৰে কোনো মহাবিদ্যালয়ৰ শিক্ষকৰ পদ সৃষ্টি কৰা নাই। বৰ্তমানো ৪২৫ টা পদ মহাবিদ্যালয়সমূহত খালী আছে।‘

শিক্ষা ব্যৱস্থাটোক বাণিজ্যিকীকৰণ কৰাৰ বাবেই বিজেপি চৰকাৰে এনে হঠকাৰী সিদ্ধান্ত লোৱা বুলি অভিযোগ কৰি তেওঁ লগতে কয়, ‘ৰাজ্যৰ মহাবিদ্যালয়সমূহত খালী থকা শিক্ষকৰ পদসমূহ পূৰণ নকৰাকৈ বা নতুন পদ সৃষ্টি নকৰাকৈ অস্থায়ী আৰু অমঞ্জুৰিকৃত শিক্ষকসকলক চাফাই কৰি দিয়াটো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতে মানি নলয়।’

ইপিনে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিক্ষা সঞ্চালকক সাক্ষাৎ কৰি প্ৰাদেশিকৃত মহাবিদ্যালয়ৰ অনুমোদিত নোহোৱা পদত অস্থায়ী আৰু ঠিকাভিত্তিক নিযুক্তি বন্ধ কৰাৰ বাবে দিয়া নিৰ্দেশনা বাতিল কৰা, শীঘ্ৰে স্থায়ী শিক্ষক-কৰ্মচাৰী নিযুক্তি দিয়া আৰু নতুনকৈ প্ৰয়োজনীয় পদ সৃষ্টি কৰা তথা বৰ্ধিত ছাত্ৰ-ছাত্ৰীৰ চাহিদা পূৰণ কৰিব পৰাকৈ নতুন চৰকাৰী মহাবিদ্যালয় স্থাপন কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে।

Recent News

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd