• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচলত কিৰেন ৰিজিজুৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকীয়ে

অনুপ শৰ্মা by অনুপ শৰ্মা
March 17, 2019 6:28 pm
Nabam Tuki

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকী। ফটো : নৰ্থ-ইষ্ট নাও

288
VIEWS
Share on FacebookShare on Twitter

আকৰ্ষণীয় হ’ব পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লোকসভা নিৰ্বাচনৰ যুঁজ। সাংসদ তথা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুক প্ৰত্যাহ্বান জনাই অৰুণাচল পশ্চিম লোকসভা সমষ্টিটোৰ বাবে কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বৰ্ষীয়ান নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী নাবাম টুকীক।

বিজেপিয়ে এই পৰ্যন্ত সমষ্টিটোৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই যদিও পুনৰ এবাৰ দলটোৱে কিৰেন ৰিজিজুকে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে। ইফালে বৰ্তমান কংগ্ৰেছৰ দখলত থকা অৰুণাচল পূব লোকসভা সমষ্টিটোৰ বাবে বিজেপিৰ হৈ চৰ্চাত আছে ৰাজ্যিক সভাপতি টাপিৰ গাওৰ নাম।

বৰ্তমানৰ অৰুণাচল পূব লোকসভা সমষ্টিৰ সাংসদ তথা কংগ্ৰেছ নেতা নিনং এৰিং ৰাজ্যৰ ৰাজনীতিলৈ পুনৰ ঘূৰি অহাৰ মন মেলাৰ বাবেই সমষ্টিটোত কংগ্ৰেছে ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী জেমছ লোৱাংছা ৱাংলেটক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যখনত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনত পাচীঘাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ নেতা তথা সাংসদ নিনং এৰিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

উল্লেখ্য যে পশ্চিম লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী নাবাম টুকী ২০১১ৰ পৰা ২০১৬ চনলৈ অৰুণাচলৰ মুখ্য মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰাৰ বিপৰীতে পূব সমষ্টিৰ প্ৰাৰ্থী ৱাংলেটে গৃহ, বিত্তৰ লগতে অসামৰিক যোগান বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰাৰ অভিজ্ঞতা আছে।

কংগ্ৰেছী নেতা ৱাংলেট, আঞ্চলিক ৰাজনৈতিক দল পিপলছ পাৰ্টি অব অৰুণাচলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকো আছিল। তেওঁ অৰুণাচল বিধানসভালৈ চাৰিবাৰ নিৰ্বাচিত হৈছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd