• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

যৌনভাৱে অক্ষম অৰুণাচল বিজেপিৰ সভাপতি, ছেক্স ভিডিঅ’ক প্ৰত্যাহ্বান পত্নীৰ ||Video||

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
March 19, 2019 8:49 pm
Arunachal Pradesh BJP prez's sex video: Wife denies allegation, terms it as conspiracy

Communicate Arunachal প্ৰচাৰিত বিতৰ্কিত ভিডিঅ’টোৰ স্নেপশ্বট।

135
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেলগে বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ অনুষ্ঠিত হ’ব লগা অৰুণাচল প্ৰদেশত বিজেপিৰ একাধিক শীৰ্ষ নেতা-বিধায়কৰ দলত্যাগৰ মাজতে ভূতৰ ওপৰত দানহৰ দৰে ওলোৱা শাসকীয় দলটোৰ ৰাজ্যিক সভাপতিৰ “চেক্স ভিডিঅ’”ক ”ভুৱা” বুলি অভিহিত কৰিছে পত্নীয়ে।

চ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰ লাভ কৰা ভিডিঅ’টোক বিজেপিৰে একাংশৰ ”ৰাজনৈতিক ষড়যন্ত্ৰ” বুলি অভিহিত কৰি সভাপতি তাপিৰ গাওৰ পত্নীয়ে কয় যে দায়েবিতিচ ৰোগী তেওঁৰ স্বামী যোৱা ২৩ বছৰে যৌন ক্ষমতাহীন।

Apply Now

“যোৱা ৩৫ বছৰ ধৰি মই গাওৰ সৈতে জীৱন কটাইছো। মই তেওঁৰ স্বাস্থ্যৰ বিষয়ে জানো। যোৱা ২৩ বছৰ ধৰি তেওঁ দায়েবিতিচ-সৃষ্ট বীৰ্য্যজনিত অক্ষমতা (seminal debility/ retrograde ejaculation?)ত আক্ৰান্ত, সেয়ে এগৰাকী গাভৰু ছোৱালীৰ সৈতে এনে এক অনৈতিক সম্পৰ্ক ৰক্ষা কৰিবলৈ তেওঁ সক্ষমেই নহয়,” ইষ্ট চিয়াং জিলাৰ ৰাস্কিনত সংবাদমেলযোগে মঙলবাৰে মন্তব্য বিজেপি নেতাজনৰ পত্নী দুই পাদুং গাওৰ।

ভিডিঅ’টো স্বামীৰ দল বিজেপিৰে একাংশই ষড়যন্ত্ৰমূলকভাৱে প্ৰস্তুত কৰা বুলিও দাবী কৰিছে পাদুঙে। “গাওৰ বিৰুদ্ধে বদনাম ৰটনাৰ এই ষড়যন্ত্ৰ ছমাহ পূৰ্বেই হৈছিল। মহিলাগৰাকীৰ সৈতে অনৈতিক কৰ্মৰ মৰ্ফদ ভিডিঅ’টো ই মে’ইল কৰি কোনোবা বদমাচে ফোন কৰি তেওঁক ১৫ কোটি টকা আৰু অৰুণাচল ইষ্ট সমষ্টিৰ টিকেট বিচাৰিছিল,” পাদুঙৰ মন্তব্য।

তথাপি যদি সন্দেহ আছে, স্বামী গাওৰ সঠিক স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে যৌন ক্ষমতাৰ মাপ লোৱাৰ বাবেও তেওঁ প্ৰস্তুত বুলি পাদুঙে প্ৰত্যাহ্বান জনায়।

ইয়াত ক্লিক কৰি Communicate Arunachal নামৰ ফে’চবুক পে’জটোৱে প্ৰচাৰ কৰা ভিডিঅ’টো চাওক

আনহাতে বিজেপি সূত্ৰই জানিবলৈ দিয়া মতে ঘটনাটো তদন্তৰ বাবে ৰাজ্য চৰকাৰে এটা বিশেষ তদন্তকাৰী গোট গঠন কৰিছে। ইটানগৰ আৰক্ষীয়েও ইতিমধ্যে ভিডিঅ’ লিংকটোৰ উৎস সন্ধান আৰম্ভ কৰিছে।

অৰুণাচল ইষ্টৰ পূৰ্বৰ সাংসদ গাৱে আসন্ন সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীৰূপে থিয় দিছে।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd