• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন বিভাগৰ অভিযানত কৃষ্ণাইত কাঠফলা মিলসহ বৃহৎ পৰিমানৰ কাঠ জব্দ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
March 24, 2019 4:18 pm
429
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বন বিভাগ। আজি কৃষ্ণাই মধ্যাঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বিষয়া জে আলমাৰ নেতৃত্বত আৰু কৃষ্ণাই আৰক্ষী থানাৰ এটা দলে এক গোপন সূত্ৰৰ পম খেদি মনাকোচাত অভিযান চলাই এটা কাঠ ফলা মিলৰ লগতে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে মনাকোচাৰ লগতে অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত দীৰ্ঘদিন ধৰি একাংশ লোকে এনেদৰে অবৈধভাৱে মিল বহুৱাই চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে।

কৃষ্ণাইৰ বন বিষয়া জে আলমে জানিব দিয়া মতে চোৰাং কাঠৰ ব্যৱসায়ীৰ বিৰুদ্ধে আজি চলোৱা এই অভিযান পৰৱৰ্তী দিনসমূহতো অব্যাহত থাকিব।

আনহাতে আজি চলোৱা উক্ত অভিযানত জব্দ কৰা কাঠসমূহৰ মুল্য প্ৰায় ৭০/৮০ হাজাৰ হ’ব বুলি বন বিভাগৰ এক সূত্ৰই জানিব দিয়ে।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd