• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সোমবাৰে মনোনয়ন পত্ৰ দাখিল কৰিব যোৰহাটৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
March 24, 2019 10:58 pm
তপন কুমাৰ গগৈৰ ফাইল ফটো।

তপন কুমাৰ গগৈৰ ফাইল ফটো।

571
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ অন্যতম হাইপ্ৰফাইল সমষ্টি যোৰহাট লোকসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অৰ্থাৎ ২৫ মাৰ্চত বিজেপি দলৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে মনোনয়ন পত্ৰ দাখিল কৰিব।

শনিবাৰে শিৱসাগৰত অনুষ্ঠিত এখন দলীয় সভাত অংশ লৈ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি সোণাৰী সমষ্টিৰ বিধায়ক তথা শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে কয়, ‘ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰজোঁটৰ  প্ৰাৰ্থী হিচাপে যোৰহাট লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হম’।

তেওঁ লগতে কয় এইবাৰ নিৰ্বাচনত বিজেপিৰ মূল ইচ্ছ্যু হব উন্নয়ন। ‘বিগত ৭০ টা বছৰত কংগ্ৰেছে যিমানখিনি উন্নয়ন কৰিব লাগিছিল কৰিব নোৱাৰিলে। কিন্তু ২০১৬ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বধীন চৰকাৰখনে প্ৰতিটো স্তৰতে প্ৰতিটো বিভাগতে এতিয়া অসমত উন্নয়নৰ নমুনা দেখুৱাইছে।’

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয়, ‘কামাখ্যা প্ৰসাদ তাচা সাংসদ হিচাপে ব্যৰ্থ হোৱা নাই। তেখেতে সংসদৰ মজিয়াত যোৰহাট লোকসভা সমষ্টিৰ সমস্যাৰাজি উপস্থাপন কৰাৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা লৈছে। তাৰ বাবে তেখেতক ধন্যবাদ জনালো।’

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd