• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতৰ সকাহ : টিকট লাভৰ পথ মসৃণ হ’ল নেকি ৰাজেন গোহাঁইৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2019 2:28 pm
RAJEN_GOHAIN_630_630

ৰাজেন গোঁহাইৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা নগাওঁ সমষ্টিৰ বিজেপি সাংসদ ৰাজেন গোহাঁইলৈ শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ সকাহ।

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে থকা নিম্ন আদালতৰ নিৰ্দেশ বাতিল কৰে। যৌন কেলেংকাৰি গোচৰৰ সকাহ বিচাৰি ৰাজেন গোহাঁই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু আজি গোচৰীয়া পক্ষই ভুল বুজাবুজি হোৱা বুলি উচ্চ ন্যায়ালয়ক জনোৱাৰ পিছতে উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ নিৰ্দেশ বাতিল কৰি সাংসদ গোহাঁইক সকাহ দিয়ে।

উল্লেখযোগ্য যে বিজেপিৰ সাংসদ তথা মন্ত্ৰীজনে নগাঁও জিলাৰ দেউৰী গাঁৱৰ বিজেপিৰ যুৱ মৰ্চাৰ এজন সদস্যৰ পত্নীক দীৰ্ঘদিন ধৰি যৌন নিৰ্য্যাতন চলাই আহিছিল বুলি যোৱা বৰ্ষৰ ২ আগষ্টত যুৱ মৰ্চাৰ সদস্যজনৰ পত্নীয়ে নগাওঁ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।

আনহাতে মন কৰিবলগীয়া যে সাংসদ গোহাঁইয়ে আদালতত চলি থকা গোচৰটোৰ বাবেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি যোৱাৰ কথা ঘোষণা কৰিছিল। নগাঁও সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ নিৰ্বাচনক লৈ বিজেপিয়ে এতিয়াও আনুষ্ঠানিকভাৱে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। ইয়াৰ মাজতে গোঁহাই পত্নীৰ নামো সমষ্টিটোৰ প্ৰাৰ্থী হিচাপে চৰ্চালৈ আহিছিল।

ইফালে নগাঁওৰ বিধায়ক ৰূপক শৰ্মাক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে। এতিয়া সাংসদ গোহাঁই আদালতৰ পৰা দোষমুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত দলে গোহাঁইৰ প্ৰাৰ্থিত্ব পুনৰ বিবেচনা কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। যিহেতু দলে একমাত্ৰ নগাঁও সমষ্টিটোতে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিবলৈ বাকী আছে আৰু দলৰ জ্যেষ্ঠ নেতাসকলৰ মাজত ইতিমধ্যে অসন্তুষ্টি বৃদ্ধি পাইছে, তালৈ চাই গোহাঁয়ে সমষ্টিটোত প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰিব নোৱাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm
আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

August 20, 2025 2:49 pm
গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

গুৰুতৰ অপৰাধ কৰি সাৰি যাব নোৱাৰিব খোদ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী : নতুন আইন আনিব কেন্দ্ৰীয় চৰকাৰে

August 20, 2025 2:20 pm
কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

কোন আছিল ৰেখা গুপ্তাক আক্ৰমণ কৰা আক্ৰমণকাৰী? কিয় কৰিছিল আক্ৰমণ? পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

August 20, 2025 2:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm
আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

August 20, 2025 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd