• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰক্ষা কৰ্মীৰ চাটাই; মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়াৰ কাৰ্যালয়ত তলা লগালে প্ৰতিবাদকাৰীয়ে

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
March 25, 2019 7:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ বিভিন্ন কলিয়ৰীত যোৱা ২০ বছৰ ধৰি কাম কৰি অহা অস্থায়ী সুৰক্ষা কৰ্মীসকলক কামৰ পৰা চাটাই কৰাৰ প্ৰতিবাদত আজি পুনৰ উত্তাল হৈ পৰে মাৰ্ঘেৰিটাস্থিত ক’ল ইণ্ডিয়াৰ মহা প্ৰবন্ধকৰ কাৰ্যালয়।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে ক’ল ইণ্ডিয়াৰ প্ৰবন্ধক ‘যুগল কুমাৰ বৰা হায় হায়’, মাৰ্ঘেৰিটা বিধায়ক ‘ভাস্কৰ শৰ্মা মুৰ্দাবাদ’ আদি শ্ল’গানেৰে উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰবন্ধকৰ কাৰ্যালয়ৰ  প্রবেশদ্বাৰৰ তলা বন্ধ কৰি দিয়ে।

Apply Now

উল্লেখযোগ্য যে চাটাই কৰা সুৰক্ষা কৰ্মীসকলক পুনৰ মকৰল কৰাৰ দাবীত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈ আহিছে। ক’ল ইণ্ডিয়াৰ কৰ্তৃপক্ষই তেওঁলোকক কামৰ পৰা চাটাই কৰাৰ বিৰুদ্ধে যোৱা ৮ মাৰ্চত যুৱ ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তিৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে যৌথভাৱে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল৷

পিছত প্ৰতিবাদস্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমা দণ্ডাধীশ ঝৰ্ণা পাটগিৰিয়ে প্ৰতিবাদীকাৰীৰে আলোচনা কৰি ৭২ ঘণ্টাৰ ভিতৰত ক’ল ইণ্ডিয়া কৰ্তৃপক্ষ, মহকুমা প্ৰশাসন আৰু প্ৰতিবাদী দল সংগঠনৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি কথা দিছিল।

কিন্তু সেই সময়সীমা উকলি যোৱাৰ কেইবা দিনৰ পিছতো কোনো বৈঠক অনুষ্ঠিত নোহোৱাত আজি সংগঠন দুটাৰ উদ্যোগত উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ মাৰ্ঘেৰিটাস্থিত মুখ্য কাৰ্যালয়ৰ গেইটত তলা লগাই দিবলৈ বাধ্য হয় বুলি যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কাঞ্চন বৰাই মন্তব্য কৰে।

পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচী চলি থকা অৱস্থাত মাৰ্ঘেৰিটা মহকুমা চক্ৰ বিষয়া উপস্থিত হৈ  অহা ইং ২৯ মাৰ্চত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত সংগঠন দুটাই প্ৰতিবাদী কাৰ্যসূচী উঠাই লয় যদিও উক্ত দিনা বৈঠক অনুষ্ঠিত ন’হলে তেওঁলোকে জংগী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব সকিয়াই দিয়ে৷

বছৰেকত দুই কোটি নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা বিজেপি চৰকাৰে থলুৱাক চাটাই কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক পাপু দত্তই৷

উল্লেখযোগ্য যে ১৯৯২ চনৰ পৰা বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ উৎপাদিত কয়লাকে ধৰি বিভিন্ন ধৰণৰ সুৰক্ষাৰ কামত জড়িত তথা ২০ বছৰৰো অধিক সময় ধৰি কৰ্মৰত স্থানীয় সুৰক্ষা কৰ্মীক চাটাই কৰি প্ৰাক্তন সেনা বাহিনীৰ জোৱানক নিযুক্তি দিয়াৰ বাবে কলিকতা স্থিত মুখ্য কাৰ্যালয়ৰ পৰা নিদেৰ্শ দিয়াৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে একাংশ সুৰক্ষা কৰ্মীক চাটাই কৰা হৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd